• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম গ্ৰন্থমেলাত অভিলেখ! ৫ দিনতে বিক্ৰী হ’ল ১ কোটি টকাৰো অধিক গ্ৰন্থ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 3, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
অসম গ্ৰন্থমেলাত অভিলেখ! ৫ দিনতে বিক্ৰী হ’ল ১ কোটি টকাৰো অধিক গ্ৰন্থ
Share on FacebookShare on Twitter

চানমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাত পাঠকৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। এতিয়ালৈকে বিক্ৰী হৈছে প্ৰায় ১ কোটি টকাৰ গ্ৰন্থ। প্ৰথম দিনা বিক্ৰী হৈছে ১৫ লাখ টকাৰ গ্ৰন্থ। দ্বিতীয় দিনা বিক্ৰী হৈছে ২৫ লাখ টকাৰ গ্ৰন্থ। তৃতীয় দিনা গ্ৰন্থমেলাত বিক্ৰী হৈছে ২০ লাখ টকাৰ গ্ৰন্থ আৰু বছৰটোৰ প্ৰথমটো দিনত বিক্ৰী হৈছে অভিলেখ সংখ্যক ৪০ লাখ টকাৰ গ্ৰন্থ। ইয়াৰোপৰি, উদ্যোক্তা অসম প্ৰকাশক পৰিষদৰ বিপণিত বিক্ৰী হৈছে চাৰিটা দিনত ৪ লাখ টকাৰ গ্ৰন্থ।
অসম গ্ৰন্থমেলাত কেইবাখনো কিতাপে লাভ কৰিছে পাঠকৰ বিপুল সমাদৰ। তাৰে ভিতৰত এইবাৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা অনুৰাধা শৰ্মা পূজাৰীৰ ‘ইয়াত এখন অৰণ্য আছিল’ উপন্যাসখন বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছে পাঠকে। মাত্ৰ চাৰিটা দিনতে গ্ৰন্থমেলাৰ প্ৰায়ভাগ বিপণীতে নাইকিয়া হৈছে গ্ৰন্থখন। অনুৰাধা শৰ্মা পূজাৰীৰ আন এখন গ্ৰন্থ ‘মেৰেং, ৰত্নোত্তমা দাস বিক্ৰমৰ অৰ্বাচীন, বৈদুৰ্য বৰুৱাৰ গ্ৰন্থ আকৌ চেণ্টু দা আৰু নৱতম লেখক ইন্দ্ৰনী শৰ্মাৰ ‘আবিৰ’ নামৰ গ্ৰন্থখনকেইখনৰ বৃদ্ধি হৈছে চাহিদা।
উল্লেখ্য যে, এই পাঁচটা দিনত বিভিন্ন লেখকৰ ১৫০ খনৰো অধিক গ্ৰন্থ উন্মোচন হৈছে।

Previous Post

১৫ বছৰৰ উৰ্দ্ধৰ কিশোৰ-কিশোৰীৰ ক’ভিড টিকাকৰণ আৰম্ভ

Next Post

দূৰ্ঘটনাবিহীন মহানগৰঃ মুখ্যমন্ত্ৰী তথা মহানগৰ প্ৰশাসনলৈ অভিনন্দন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
দূৰ্ঘটনাবিহীন মহানগৰঃ মুখ্যমন্ত্ৰী তথা মহানগৰ প্ৰশাসনলৈ অভিনন্দন

দূৰ্ঘটনাবিহীন মহানগৰঃ মুখ্যমন্ত্ৰী তথা মহানগৰ প্ৰশাসনলৈ অভিনন্দন

এইবাৰ HSLC-HS পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত: ৰণোজ পেগু

এইবাৰ HSLC-HS পৰীক্ষা অনুষ্ঠিত হোৱাটো নিশ্চিত: ৰণোজ পেগু

নতুন বছৰটোত ‘শক্তিশালী অসম’ হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ

নতুন বছৰটোত 'শক্তিশালী অসম' হোৱাৰ কামনা মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8