• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অভিলেখঃ ২০২২ বৰ্ষত ৬ কোটিতকৈও অধিক ৰাজহ সংগ্ৰহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 2, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
Ram nath Kovind: ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আহিব কাজিৰঙালৈ
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ পৰ্যটকৰ আগমনে ইতিহাস ভংগ কৰিলে। বুধবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পর্যটকৰ বাবে উদ্যান কর্তৃপক্ষই বন্ধ ঘোষণা কৰি জানিবলৈ দিয়া মতে, ২০২১-২২ বৰ্ষত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি মুঠ ২, ৫৫, ৬৭৬ জন দেশ বিদেশৰ পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে। ইয়াৰে ১,৬৭৮জন বিদেশী পর্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্রমণ কৰাৰ লগতে ২,৫৩,৯৯৮জন দেশীয় পর্যটকে উদ্যান ভ্রমণ কৰাত বন বিভাগে মুঠ ৬, ২৪, ৮, ৬৫৪ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, এইবাৰৰ পৰ্যটন বৰ্ষৰ প্রধান আকর্ষণ আছিল ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন। ইয়াৰ উপৰিও দেশৰ বহুসংখ্যক ভি ভি আই পি তথা বিশেষ লোকৰ ৰাষ্ট্ৰীয় উদ্যান ভ্রমণ।

ইফালে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বলিউডৰ তাৰকা অক্ষয় কুমাৰে এক কোটি অনুদান আগবঢ়োৱা বাতৰিয়েও পর্যটকৰ দৃষ্টি আকর্ষণ বৃদ্ধি কৰে। উল্লেখ্য, ২০২১-২২ পর্যটন বর্ষৰ মুঠ পৰ্যটকৰ ভিতৰত সর্বাধিক ডিচেম্বৰ মাহত ৫৫, ৭৭৩জন পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। ইফালে বছৰৰ মে’ মাহত বাৰিষা অর্থাৎ বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ কাৰণে পৰ্যটকৰ বাবে উদ্যান বন্ধ ৰখা হয় যদিও এইবাৰ সম্পূৰ্ণ মে মাহটো অতিৰিক্তভাৱে খোলা ৰখাত কেৱল মৌ মাহতেই ১৫, ৯৮৯ জন পর্যটকে উদ্যান ভ্রমণ কৰে। বৰ্তমান সামাজিক মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ কথা বহুলভাৱে প্ৰচাৰ হোৱাত দিনকদিনে কাজিৰঙালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে বুলি উদ্যান কর্তৃপক্ষই মত প্রকাশ কৰে।

উল্লেখ্য যে, ১৯০৫ চনত কাজিৰঙাক প্রস্তাবিত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ পাছত ১৯৩৮ চনত উদ্যানখন পর্যটকৰ বাবে মুকলি কৰা হৈছিল। বিগত ৯৪ বছৰীয়া ইতিহাস ভংগ কৰি এইবাৰ সৰ্বাধিক পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উদ্যান ভ্রমণ কৰি অভিলেখ সৃষ্টি কৰাটো পর্যটন ব্যৱসায়ীৰ বাবে এক শুভলক্ষণ বুলি পৰ্যটনৰ সৈতে জড়িত লোকে জানিবলৈ দিয়ে।

Previous Post

আজি বিজেপিত যোগ দিব হাৰ্দিক পেটেলে

Next Post

কৰ্তৃপক্ষৰ অৱহেলা! দুলীয়াজানত অইলৰ পাইপৰ পৰা ভয়ংকৰ গেছ নিগৰ্মণ

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
কৰ্তৃপক্ষৰ অৱহেলা! দুলীয়াজানত অইলৰ পাইপৰ পৰা ভয়ংকৰ গেছ নিগৰ্মণ

কৰ্তৃপক্ষৰ অৱহেলা! দুলীয়াজানত অইলৰ পাইপৰ পৰা ভয়ংকৰ গেছ নিগৰ্মণ

প্ৰৱঞ্চনা! আজি আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক

প্ৰৱঞ্চনা! আজি আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক

নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযুক্ত ৰাণা পগাগ

নগাঁও সদৰ আৰক্ষী থানাত হাজিৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযুক্ত ৰাণা পগাগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8