দেশৰ প্ৰসিদ্ধ মহানগৰসমূহৰ সমূহৰ অন্যতন হায়দৰাবাদ। এই হায়দৰাবাদৰ নাম সলনি হ’ব! হায়দৰাবাদৰ পৰিৱৰ্তে ইয়াৰ নাম হ’ব ভাগ্য নগৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিয়ে পূৰ্বৰে পৰা পৰা হায়দৰাবাদক ভাগ্যনগৰ হিচাপে নামাকৰণ কৰাৰ বিষয়টো উত্থাপন কৰি আহিছিল। সেই দাবী এতিয়া পুনৰ উত্থাপন কৰিছে আৰ এছ এছে। কেৱল দাবী উত্থাপন কৰাই নহয় আগন্তুক জানুৱাৰীত এই বিষয়ত এক বৈঠকতো মিলিত হ’ব আৰ এছ এছ আৰু বিজেপি দলৰ শীৰ্ষ নেতৃত্ব।
ইতিমধ্যে আৰ এছ এছে টুইটাৰত হায়দৰাবাদক ভাগ্যনগৰ বুলিয়েই সম্বোধন কৰিছে।