• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহানগৰত গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ আৰম্ভণি

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2021
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
মহানগৰত গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ আৰম্ভণি
Share on FacebookShare on Twitter

আগন্তুক গণৰাজ্য দিৱস উদ্যাপনৰ প্ৰস্তুতি সম্পৰ্কত বিভিন্ন বিষয় আলোচনা কৰিবলৈ মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। আৰক্ষী প্ৰশাসন, সামৰিক আৰু অসামৰিক বাহিনীৰ বিষয়-ববীয়া তথা বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থকা এই সভাত আগন্তুক গণৰাজ্য দিৱস উদ্যাপনৰ বাবে নিজ-নিজ দায়িত্বসমূহ সংশ্লিষ্ট বিভাগসমূহক অৰ্পন কৰা হয়। উদ্যাপনস্থলীত খোৱা-পানী যোগান, অস্থায়ী টয়লেট স্থাপন আদি কাম আগতীয়াকৈ সমাপন কৰাৰ লগতে পেৰেডত নিয়োজিত ব্যক্তিসকলৰ ক’ভিড পৰীক্ষা এদিনৰ আগত সম্পন্ন কৰবলৈ উপায়ুক্তই সভাত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।

Previous Post

কাইলৈৰ পৰা আৰম্ভ হ’ব গ্ৰন্থমেলা…

Next Post

দেশত ৭৮১ জনলৈ বৃদ্ধি পালে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
দেশত ৭৮১ জনলৈ বৃদ্ধি পালে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা

দেশত ৭৮১ জনলৈ বৃদ্ধি পালে অমিক্ৰনত আক্ৰান্তৰ সংখ্যা

ৰাজ্যত AIDS ৰ ভয়াবহ ৰূপ : গৰ্ভৱতী মহিলাসহ প্ৰায় ২১ হেজাৰ লোক আক্ৰান্ত

ৰাজ্যত AIDS ৰ ভয়াবহ ৰূপ : গৰ্ভৱতী মহিলাসহ প্ৰায় ২১ হেজাৰ লোক আক্ৰান্ত

ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ অনুষ্ঠানত অসমৰ নীৰজ বাৰ্মা আৰু এ চি খাটনিয়াৰলৈ বঁটা

ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ অনুষ্ঠানত অসমৰ নীৰজ বাৰ্মা আৰু এ চি খাটনিয়াৰলৈ বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8