• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ABPSSPৰ অসমৰ আহ্বায়ক হিচাপে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম’ডৰ কমলেশ চন্দ্ৰ চৌধুৰীক নিযুক্তি

নিউজ ডেস্ক by নিউজ ডেস্ক
October 22, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
ABPSSPৰ অসমৰ আহ্বায়ক হিচাপে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম’ডৰ কমলেশ চন্দ্ৰ চৌধুৰীক নিযুক্তি
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ স্বীকৃতিপ্ৰাপ্ত আৰু ভাৰতৰ সশস্ৰ বাহিনী সমূহৰ সকলো পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত সৈনিক সকলৰ কল্যাণৰ বাবে গঠিত সৰ্বভাৰতীয় সংগঠন “অখিল ভাৰতীয় পূৰ্ব সৈনিক সেৱা পৰিষদ” চমুকৈ “এবিপিএছএছপি” ৰ অসমত সংগঠনটোৰ ৰাজ্যিক সমিতি গঠনকে ধৰি কাম – কাজ সমূহ আৰম্ভ কৰাৰ বাবে ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত কম’ডৰ, সৈনিক কল্যাণ সঞ্চালকালয়, অসমৰ প্ৰাক্তন সঞ্চালক কমলেশ চন্দ্ৰ চৌধুৰীক আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

সংগঠনটোৰ ৰাষ্ট্ৰীয় সভাপতি, ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ভি কে চতুৰ্বেদিয়ে যোৱা ১৬ অক্টোবৰত কমলেশ চন্দ্ৰ চৌধুৰীক এক পত্ৰ প্ৰেৰণ কৰি এই নিযুক্তিৰ বিষয়ে অৱগত কৰি সৈনিক কল্যাণ সঞ্চালকৰ দৰে গুৰুত্বপূৰ্ণ পদত সুখ্যাতিৰে প্ৰায় ৮ বছৰ কাৰ্যনিৰ্বাহ কৰি সঞ্চালকালয়ক এক নতুন মাত্ৰা প্ৰদান কৰা অভিজ্ঞতাৰে অসমত “এবিপিএছএছপি”ৰ কাম – কাজ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বৰ্তমান গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ ৫ নং উপ পথ নিবাসী কমলেশ চন্দ্ৰ চৌধুৰীয়ে ১৯৭৪ চনৰ জুলাই মাহত ভাৰতীয় নৌ সেনাত এক্টিং চাব লেফটেনেণ্ট হিচাপে যোগদান কৰিছিল। তাৰ পাছত সুখ্যাতিৰে ৩৫ বছৰ দেশৰ লগতে বিদেশতো কাৰ্যনিৰ্বাহ কৰি ২০০৯ চনৰ ৩১ জানুৱাৰীত ভাৰতীয় নৌ সেনাৰ চতুৰ্থ শীর্ষ পদবী হিচাপে পৰিগণিত কম’ডৰ পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা মডেলৰ ( ভি এছ এম ) দৰে সন্মানীয় পদকৰে বিভূষিত চৌধুৰীয়ে পৰবৰ্তী ২০০৯ চনৰে ছেপ্টেম্বৰ মাহত অসম চৰকাৰৰ অধীনৰ সৈনিক কল্যাণ সঞ্চালকলয়ত সঞ্চালক হিচাপে যোগদান কৰে। তাৰ পাছত ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহলৈ সুখ্যাতিৰে প্ৰায় চাৰে সাত বছৰ কাৰ্যনিৰ্বাহ কৰি সঞ্চালকালয়টোক গতিশীল কৰাৰ লগতে এক নতুন মাত্ৰা প্ৰদান কৰে।

উল্লেখযোগ্য নৌ সেনাত বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত কমলেশ চন্দ্ৰ চৌধুৰীয়ে ৰাছিয়াৰ ছেন্ট পিতাছবার্গত সেৱা আগবঢ়াইছিল। ইয়াৰ উপৰিও আফ্ৰিকা মহাদেশৰ কেনিয়াৰ ৰাজধানী নাইৰবীস্থিত ভাৰতীয় দূতাবাসতো তেওঁ প্ৰতিৰক্ষা উপদেষ্টা হিচাপে ৩ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়ত আফ্ৰিকাৰ কেনিয়াৰ উপৰি ছোমালিয়া, টাঞ্জানিয়া, কেমেৰুণ আদি দেশত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আনকি ভাৰতীয় নৌ সেনাৰ দুখন গুৰুত্বপূৰ্ণ যুদ্ধ জাহাজ আই এন এছ গংগা আৰু সুকন্যাৰ কমাণ্ডিং অফিচাৰৰ দায়িত্বত আছিল কমলেশ চন্দ্ৰ চৌধুৰী। উল্লেখযোগ্য যে বৰ্তমান তেওঁ প্ৰায় তিনি বছৰ ধৰি অসম চৰকাৰৰ অধীনৰ অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উপদেষ্টাৰ দৰে গুৰুত্বপূৰ্ণ পদত চৰকাৰৰ পৰা এটকাও নোলোৱাকৈ সেৱা আগবঢ়াই আহিছে।

Previous Post

হিন্দু ৰাষ্ট্ৰ মহাসভাৰ ৰাজ্যিক প্ৰভাৰীৰ দায়িত্বত ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী

Next Post

শীঘ্ৰেই সেৱা আৰম্ভ কৰা হ’ব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
শীঘ্ৰেই সেৱা আৰম্ভ কৰা হ’ব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

শীঘ্ৰেই সেৱা আৰম্ভ কৰা হ'ব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8