• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

স্বগৃহলৈ উভতিল আলফা(স্বা)ৰ বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 12, 2022
in সংবাদ, অসম, ৰাজনীতি
0
স্বগৃহলৈ উভতিল আলফা(স্বা)ৰ বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণ
Share on FacebookShare on Twitter

সুদীৰ্ঘ ৩৪ বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উৱন গাঁৱলৈ উভতিল আলফাৰ শীৰ্ষ নেতা জীৱন মৰাণ। আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ সংগ্ৰামী সতীৰ্থ জীৱন মৰাণে বিগত বৰ্ষতে ৰোগাক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি ম্যানমাৰৰ শিবিৰৰ পৰা ওলাই আহিছিল।
ম্যানমাৰত চলি থকা সামৰিক অভ্যুথানৰ জটিলতাৰ বাবে চিকিৎসা কৰিব নোৱাৰাৰ বাবে শিবিৰ ত্যাগ কৰিবলগীয়া হৈছিল বুলি মন্তব্য আগবঢ়ায়। কেইবাটাও গোচৰত অভিযুক্ত আলফা নেতাজনে যোৱা কেইবামাহো কাৰাবাসত থাকি অৱশেষত মঙ্গলবাৰে জামিন লাভ কৰি নিজ গৃহলৈ উভতে।
মঙ্গলবাৰে নিশাটো ৰূপাইস্থিত বাসগৃহত থাকি বুধবাৰে কাকপথাৰৰ উৱন গাঁৱৰ ওপজা গাঁওলৈ যাত্ৰা আৰম্ভ কৰে। শান্তি আলোচনাৰ পোষকতা কৰা আলফা নেতাজনে ৩৪ বছৰীয়া সংগ্ৰামৰ বিষয়টো আতৰাই চলি আগন্তুক সময়ত স্পষ্ট কৰাৰো ইংগিত দিয়ে।
নিজ গৃহ কাকপথাৰলৈ যোৱাৰ সয়মত সংবাদমাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আলফা (স্বা) বিত্ত সচিব তথা প্ৰাক্তন মেজৰ জেনেৰেল জীৱন মৰাণে কয়, প্ৰায় ৪০ বছৰ সংগ্ৰাম কৰিলো। সঁচা সংগ্ৰামেই কৰিবলৈ গৈছিলো। কিন্তু বয়স বহুত হ’ল। এতিয়া মোৰ ৬৭ বছৰ হ’ল। মই যি ৰোগত আক্ৰান্ত হ’লো সেই ৰোগৰ চিকিৎসা ম্যানমাৰ শিবিৰত কৰিব নোৱাৰিলো। বয়স হোৱাৰ লগতে বেমাৰ হোৱাৰ বাবে মই সংগ্ৰাম এৰি আহিলো।

Previous Post

ICUত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

Next Post

ক’ৰনাৰ গ্ৰাসত বিজেপি! একেলগে ৫০জন আক্ৰান্ত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ক’ৰনাৰ গ্ৰাসত বিজেপি! একেলগে ৫০জন আক্ৰান্ত

ক'ৰনাৰ গ্ৰাসত বিজেপি! একেলগে ৫০জন আক্ৰান্ত

IPLৰ মেগা নিলামৰ দিন ঘোষণা BCCIৰ

IPLৰ মেগা নিলামৰ দিন ঘোষণা BCCIৰ

লাখটকীয়াত অগ্নিকাণ্ডঃ ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত

লাখটকীয়াত অগ্নিকাণ্ডঃ ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8