ৰাজ্যত কাইলৈৰ পৰা মিনি লকডাউন।
১ বজাতে বন্ধ কৰিব লাগিব দোকান-পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান।
কাইলৈৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হ’ব বৃহস্পতিবাৰৰ পৰা।
মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী প্ৰধান ভাস্কৰ জ্যোতি মহন্ত সংবাদমেল।
নতুন ক’ভিড বিধিৰ সন্দৰ্ভত এই সংবাদমেল।
কি কি খোলা থাকিব কি কি খোলা নাথাকিব?
১. ১৫ দিনৰ বাবে সাপ্তাহিক বজাৰ বন্ধ
২. জৰুৰী সামগ্ৰীৰ বাবে ই-কৰ্মাচ খোলা থাকিব
৩. দিনৰ ১ বজালৈ হোটেল-ৰেস্তোঁৰা খোলাৰ অনুমতি
৪. বিভিন্ন শিক্ষা-প্ৰতিষ্ঠান ১৫ দিনলৈ বন্ধ থাকিব
৫. অৱশ্যে অনলাইন ক্লাছত বাধা নাই
৬. চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় ১৫ দিনলৈ বন্ধ থাকিব
৭. বিয়া-সভা আদিত সৰ্বাধিক ১০জন লোক থকাৰ অনুমতি
৮. শেষকৃত্য অনুষ্ঠানটো ১০জন লোকৰ উপস্থিতিৰ অনুমতি
৯. সকলো ধৰ্মীয় অনুষ্ঠান ১৫ দিনলৈ বন্ধ থাকিব
১০. মহিলা বাব শিশু নহ’লে দুচকীয়া বাহনত দুজনৰ অনুমতি নাই
১১. ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰশাসনে দিব নিৰ্দেশনা
১২. বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সকলোৰে যাতায়তত বাধা
১৩. ২ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব বেংক
১৪. ১ বজালৈ ধনৰ লেন-দেন কৰিব পাৰিব
১৫. পোষ্ট অফিচ ২ বজাত বন্ধ কৰিব লাগিব
১৬. ৰাজহুৱা স্থানত মাস্ক খুলিলেই ACTION লোৱা হ’ব
১৭. যান-বাহনত আসন সংখ্যাৰ ৩০% যাত্ৰীৰ অনুমতি।
১৮. অট’ ৰিক্সা, টেক্সীত চালকৰ লগতে দুজন যাত্ৰীৰ অনুমতি।
১৯. ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰশাসনে দিব নিৰ্দেশনা।
২০. যুগ্ম–অযুগ্মৰ ফৰ্মূলাৰে দিব নিৰ্দেশনা।
২১. বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সকলোৰে যাতায়তত নিষেধাজ্ঞা।
২২. ফাংচন যদি কোনোবাই ফাঁকি দি অনুষ্ঠিত কৰে তেনেহ’লে বিশ্বাসঘাতকতা আৰু হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হ’ব।
২৩. চৰকাৰী বিভাগত কেৱল উপ-সচিব আৰু তাৰ ওপৰৰ পৰ্যায়ৰ আৰু জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব পাৰিব। এই কাৰ্যালয়সমূহ কেৱল ১ বজালৈ খোলা থাকিব।
২৪. কোনো অঞ্চলত ক’ভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষাৰ কৰাৰ ৫ শতাংশ বা অধিক হ’লে,তেনে অঞ্চল জিলা উপায়ুক্তই কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব পাৰে।
Photo: Headline8