• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহানগৰীৰ ICICI একাডেমি ফৰ স্কিলচত পথ-সুৰক্ষা বিষয়ক পাঠদান পৰিবহণ বিভাগৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 27, 2022
in সংবাদ, অসম, শিক্ষা
1 min read
0
মহানগৰীৰ ICICI একাডেমি ফৰ স্কিলচত পথ-সুৰক্ষা বিষয়ক পাঠদান পৰিবহণ বিভাগৰ
Share on FacebookShare on Twitter

ৰাজ্যৰ পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ ICICI একাডেমি ফৰ স্কিলচৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত পথ-সুৰক্ষা বিষয়ত লবলগীয়া সাৱধানতা সন্দৰ্ভত সোমবাৰে এক গুৰুত্বপূৰ্ণ পাঠদান আগবঢ়াই। উল্লেখ্য যে সাম্প্ৰতিক সময়ত পথ-দুৰ্ঘটনাই মহামাৰী ৰূপধাৰন কৰাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰী সকলক পথ-সুৰক্ষা বিষয়ত সম্যক জ্ঞান দিয়াৰ বাবে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত, ICICI একাডেমি ফৰ স্কিলচৰ উদ্যোগত আৰু পৰিবহণ বিভাগৰ সহযোগত এই পাঠদান কাৰ্যসূচী সম্পন্ন হয়। ছাত্ৰ-ছাত্ৰী সকলক পথসুৰক্ষা বিষয়ত পাঠদান আগবঢ়াই পৰিবহণ বিষয়া তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ আৰু সমল ব্যক্তি নাছিম জাভেদে।

পাঠদানৰ সময়চোৱাত ৰোড চাইনেজ, ৰোড মাৰ্কিং, নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্ৰিত গতিবেগ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহত পুংখানুপুংখ বিশ্লেষণ কৰি সম্যক জ্ঞান দিয়া হয়। তদুপৰি পথচাৰীকে ধৰি দুচকীয়া আৰু লঘু যানবাহনৰ চালক-যাত্ৰীয়ে গধুৰ বাহনৰ পৰা নিজৰ লগতে কেনেকৈ আনকো সুৰক্ষিত কৰি ৰাখিব পাৰি, পথচাৰী, চাইকেলকে ধৰি অন্যান্য দুচকীয়া বাহনৰ চালকে নিশা যাতায়াতৰ ক্ষেত্ৰত লবলগীয়া বিশেষ সাৱধানতা, যাতায়তৰ সময়ত অভিভাৱকে নিজৰ সন্তানৰ সুৰক্ষাৰ ক্ষেত্ৰত মানি চলিবলগীয়া দিশসমূহৰ উপৰি পথচাৰীয়ে যানবাহন চলাচলৰ বিপৰীত দিশত অৰ্থাৎ যানবাহনৰ অভিমুখে যাতায়ত কৰাটো যে বাঞ্ছনীয় এনেধৰণৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক আজিৰ পাঠদানত অৱগত কৰা হয়।

Previous Post

বন্যাৰ্তলৈ সহায়ৰ হাত আদানী ফাউণ্ডেচনৰ

Next Post

মুখ্যমন্ত্ৰীৰ বান-সাহাৰ্য পুজিলৈ ব্যৱসায়ী মইনুল আলিৰ ৫ লাখ টকাৰ সাহাৰ্য

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
মুখ্যমন্ত্ৰীৰ বান-সাহাৰ্য পুজিলৈ ব্যৱসায়ী মইনুল আলিৰ ৫ লাখ টকাৰ সাহাৰ্য

মুখ্যমন্ত্ৰীৰ বান-সাহাৰ্য পুজিলৈ ব্যৱসায়ী মইনুল আলিৰ ৫ লাখ টকাৰ সাহাৰ্য

সূর্য্য চিমেন্টে মুকলি কৰিলে নতুন কৰ্পোৰেট চং “সূর্য্য উঠা দেশত সূর্য্য ভৰষা”

সূর্য্য চিমেন্টে মুকলি কৰিলে নতুন কৰ্পোৰেট চং "সূর্য্য উঠা দেশত সূর্য্য ভৰষা"

GMCয়ে বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিং গ্রাউণ্ডত আৱৰ্জনা নেপেলোৱাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট

GMCয়ে বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিং গ্রাউণ্ডত আৱৰ্জনা নেপেলোৱাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8