• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰিয়দা গগৈ কেৱল অখিলৰ মাতৃ নহয়; অসমৰ মাতৃ, যদি মাতৃৰ কিবা হয় তেন্তে ভয়ংকৰ পৰিস্থিতি ভুগিব বিজেপিয়েঃ ৰূপজ্যোতি কুৰ্মী   

Manoranjan Majumder by Manoranjan Majumder
February 10, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
Rupjyoti Kurmi
Share on FacebookShare on Twitter

‘অখিল গগৈৰ মাতৃৰ স্বাস্থ্যক লৈ আমি চিন্তিত হৈ  পৰিছো।

অখিল গগৈৰ মাতৃ অকল অখিল গগৈৰ মাতৃৰ নহয়। অসমৰ মাতৃ।

যদি মাতৃৰ কিবা হ’বলৈ হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে।’-

এই বুলি বিজেপি চৰকাৰক হুংকাৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি হৈ থকা কাৰাবন্দী অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

অখিলৰ মাতৃৰ স্বাস্থ্যৰ বুজ লৈ ওলাই আহি সাংবাদিকৰ আগত কয় যে,

‘চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিয়া বাবে অখিল গগৈক অন্যায়ভাৱে দীৰ্ঘদিনে বন্দী কৰি ৰাখিছে বিজেপি চৰকাৰে।

লগতে বিধায়কগৰাকীয়ে কয়, “অখিল গগৈৰ মাতৃৰ স্বাস্থ্যক লৈ আমি চিন্তিত হৈ পৰিছো।

অখিল গগৈৰ মাতৃ অকল অখিল গগৈৰ মাতৃ নহয়। অসমৰ মাতৃ।

যদি মাতৃৰ কিবা হ’বলৈ হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে।’- এই বুলি মন্তব্য প্ৰদান কৰে বিধায়কগৰাকীয়ে।

বৰ্তমান অখিলৰ মাতৃক যোৰহাট চিকিৎসা মহাবিদ্যালয়খনৰ ICUত মহাবিদ্যালয়খনৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকৰ এটা দলে চিকিৎসা আগবঢ়াই আছে।

Photo: Headline8

Tags: AssamBJPCongressRupjyoti Kurmiঅখিল গগৈঅসমপ্ৰিয়দা গগৈৰূপজ্যোতি কুৰ্মী
Previous Post

Breaking: ক্ৰমাৎ সুস্থ হৈ উঠিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ

Next Post

কৃষকসকলৰ আন্দোলন কৰাৰ অধিকাৰ আছে, সেই বুলি ৰাজহুৱা সম্পতি ক্ষতি সাধন কৰিব নোৱাৰিব

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Rajya sabha

কৃষকসকলৰ আন্দোলন কৰাৰ অধিকাৰ আছে, সেই বুলি ৰাজহুৱা সম্পতি ক্ষতি সাধন কৰিব নোৱাৰিব

congress

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছে ৪খন বাছেৰে উলিয়াব 'অসম বচাওঁ আহক' বাছযাত্ৰা

iqbal singh

দীপ সিদ্ধুৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল ইকবাল সিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8