• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সাহিত্য অকাডেমিৰ অনুবাদ বঁটা গ্ৰহণ দিগন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 31, 2021
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
সাহিত্য অকাডেমিৰ অনুবাদ বঁটা গ্ৰহণ দিগন্ত বিশ্ব শৰ্মাৰ
Share on FacebookShare on Twitter

নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত যোৱা বৃহস্পতিবাৰে দিগন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰদান কৰা হয়। সাহিত্য অকাডেমিৰ অধ্যক্ষ চন্দ্ৰশেখৰ কাম্বৰাৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে দিগন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, সাহিত্য অকাডেমিয়ে ২০২০ বৰ্ষৰ অনুবাদ বঁটাপ্ৰাপকসকলৰ নাম যোৱা ১৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। শ্ৰীঅৰবিন্দৰ ‘ৰেইনেইচেঞ্চ আন ইণ্ডিয়া এণ্ড আদাৰ এছেজ আন ইণ্ডিয়া কালচাৰ’ শীৰ্ষক গ্ৰন্থখন ‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’ নামেৰে অসমীয়ালৈ অনুবাদ কৰাৰ বাবে দিগন্ত বিশ্ব শৰ্মাক এই বঁটাৰ বাবে নিৰ্বাচন কৰিছিল। অসমৰ আন এজন সাহিত্যিক কামেশ্বৰ ব্ৰক্ষ্ময়ো বড়ো ভাষাৰ বাবে সাহিত্য অকাডেমি অনুবাদ বঁটাৰ বাবে নিৰ্বাচিত হৈছিল।

Previous Post

নৱবৰ্ষৰ প্ৰথম দিনটো এটি লোভনীয় মাছৰ ৰেচিপিৰে আৰম্ভ কৰো আঁহক

Next Post

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিনৰ দুখনকৈ ছবি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নতুন বছৰত ছবিগৃহলৈ আহিব জুবিনৰ দুখনকৈ ছবি

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিনৰ দুখনকৈ ছবি

নতুন বছৰৰ প্ৰথম দিনটোত মহানগৰীৰ বাসিন্দা হিচাপে আপুনি যাব পৰা দহখন ঠাই

নতুন বছৰৰ প্ৰথম দিনটোত মহানগৰীৰ বাসিন্দা হিচাপে আপুনি যাব পৰা দহখন ঠাই

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল সৌৰভ গাংগুলী

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল সৌৰভ গাংগুলী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8