• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২০২২ ৰ পিছত কৰ্টত নাথাকিব ছানিয়া

নিউজ ডেস্ক by নিউজ ডেস্ক
January 20, 2022
in সংবাদ, ক্ৰীড়া, ৰাষ্ট্ৰীয়
1 min read
0
২০২২ ৰ পিছত কৰ্টত নাথাকিব ছানিয়া
Share on FacebookShare on Twitter

ভাৰতৰ মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই অলপতে অৱসৰ ঘোষণা কৰে। ২০২২ বৰ্ষৰ অন্তত সকলো ধৰণৰ টেনিছ খেলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে তাৰকা টেনিছ খেলুৱৈগৰাকীয়ে। ৩৫ বছৰীয়া ছানিয়া মিৰ্জাই তেওঁৰ দ্বৈত সংগী নাদিয়া কিচেনোকৰ সৈতে অষ্ট্ৰেলিয়ান অপেন ২০২২ ৰ পৰা বাহিৰ হোৱাৰ পিছতে অৱসৰৰ কথা ঘোষণা কৰে। অষ্ট্ৰেলিয়ান অ’পেনৰ মহিলাৰ দ্বৈত শাখাত প্ৰথম ৰাউণ্ডতে পৰাস্ত হয় ছানিয়া মিৰ্জা আৰু নাদিয়া। ডাবলছত প্ৰাক্তন বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকীয়ে ২০০৫ চনত হায়দৰাবাদত মহিলা টেনিছ এছ’চিয়েচন (ডব্লিউটিএ) একক খিতাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছিল। ছানিয়াই সকলো বহু-ক্ৰীড়া প্ৰতিযোগিতাত ১৪ টা পদক জিকিছে। তেওঁ মহিলা আৰু মিক্সড ডাবলছ দুয়োটা শ্ৰেণীতে এছিয়ান গেমছৰ বিভিন্ন সংস্কৰণত সাতটা পদক জিকিছে। মিৰ্জাই ২০১০ চনত দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ একক ৰূপৰ পদক আৰু মহিলাৰ দ্বৈত ব্ৰঞ্জৰ পদকো লাভ কৰিছিল। ছানিয়া হৈছে ডাবলছত বিশ্বৰ এক নম্বৰ প্ৰাক্তন আৰু এককত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং আছিল ২৭। ছানিয়া বৰ্তমান বিশ্বৰ ৬৮ সংখ্যক স্থানত আছে। মহিলা টেনিছ সংস্থা (ডব্লিউটিএ)ৰ মতে তেওঁৰ কেৰিয়াৰৰ মুঠ পুৰষ্কাৰৰ ধন এতিয়ালৈকে ৭,০৩০,৯৯৭ ডলাৰ (প্ৰায় ₹৫৩ কোটি)।
ছানিয়াই অৱসৰ ঘোষণা কৰি কয় “যিহেতু মোৰ বয়স হৈছে সেইবাবে মই সুস্থ হৈ উঠাত বহুত সময় লাগে। মই ভাবো মোৰ শৰীৰ এতিয়া সম্পূৰ্ণ ফিট হৈ থকা নাই, মাতৃ হিচাপে এতিয়া মই মোৰ দায়িত্ব পালন কৰি যাব বিচাৰোঁ।” উল্লেখ্য যে ২০১০ চনত পাকিস্তানী ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ছানিয়া। ২০১৮ চনত এটি পুত্ৰ সন্তানৰ মাতৃ হয় ভাৰতৰ তাৰকা টেনিছ খেলুৱৈগৰাকী।

Previous Post

উৰিষ্যাৰ পৰা গ্ৰেপ্তাৰ বুল্লি বাই কাণ্ডত জড়িত আন এজন অভিযুক্ত

Next Post

বন বিভাগৰ দ্বাৰা উদ্ধাৰ নাহৰফুটুকী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বন বিভাগৰ দ্বাৰা উদ্ধাৰ নাহৰফুটুকী

বন বিভাগৰ দ্বাৰা উদ্ধাৰ নাহৰফুটুকী

পুতলা নাচৰ বাবে অসমৰ ধ্ৰুবজ্যোতি কলিতালৈ ‘যুৱ প্ৰতিভা শিল্পী’ বঁটা

পুতলা নাচৰ বাবে অসমৰ ধ্ৰুবজ্যোতি কলিতালৈ 'যুৱ প্ৰতিভা শিল্পী' বঁটা

সংসাৰ চলাবলৈ ধৈৰ্য লাগেঃ ধনুষৰ পিতৃ

সংসাৰ চলাবলৈ ধৈৰ্য লাগেঃ ধনুষৰ পিতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8