• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিধায়ক পদৰ পৰা পদত্যাগ সৰ্বানন্দ সোণোৱালৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
September 28, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, ৰাজনীতি, সংবাদ
1 min read
0
বিধায়ক পদৰ পৰা পদত্যাগ সৰ্বানন্দ সোণোৱালৰ
Share on FacebookShare on Twitter

মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ সৰ্বানন্দ সোণোৱালৰ ৷ ৰাজ্যসভাৰ উপ–নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ পিছতেই মঙলবাৰে বিধায়ক পদ এৰিলে সোণোৱালে।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীলৈ ই-মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ইফালে আজি অসমৰ বিধানসভা উপ–নিৰ্বাচনৰ দিন ঘোষণাকৰা হয়। অহা ৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ–নিৰ্বাচন। মৰিয়নি, থাউৰা, তামুলপুৰ, গোসাঁইগাঁও আৰু ভৱানীপুৰত এই উপ–নিৰ্বাচন অনুষ্ঠিত হ’ব।

মাজুলীৰ বিধায়ক হিচাপে সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰাৰ পিছত পৰৱৰ্তীকালত নিৰ্বাচন আয়োগে মাজুলী উপ–নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব।

উপ-নিৰ্বাচনৰ বাবে ১ অক্টোবৰত জাৰি কৰিব অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৩ অক্টোবৰ আৰু ২ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফলসমূহ।

Previous Post

১ নৱেম্বৰৰ পৰা অসমত শিথিল হোৱাৰ সম্ভাৱনা ক’ভিড নীতি

Next Post

অনলাইন নিয়োগ বিনিময় পঞ্জীয়ন প’ৰ্টেল মুকলি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অনলাইন নিয়োগ বিনিময় পঞ্জীয়ন প’ৰ্টেল মুকলি

অনলাইন নিয়োগ বিনিময় পঞ্জীয়ন প’ৰ্টেল মুকলি

আজিও সন্ধান নোলাল দ্বীপৰ, ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ উদ্ধাৰ অভিযান

আজিও সন্ধান নোলাল দ্বীপৰ, ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ উদ্ধাৰ অভিযান

গুৱাহাটীত গ্ৰেপ্তাৰ লাট মণ্ডলঃ দালালৰ তালিকাৰ পৰা নাম কৰ্তনৰ নামত বিচাৰিছিল লাখ-লাখ টকা

গুৱাহাটীত গ্ৰেপ্তাৰ লাট মণ্ডলঃ দালালৰ তালিকাৰ পৰা নাম কৰ্তনৰ নামত বিচাৰিছিল লাখ-লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8