• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মাজুলীবাসীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে সৰ্বানন্দ সোণোৱালে

Manoranjan Majumder by Manoranjan Majumder
May 3, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
মাজুলীবাসীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে সৰ্বানন্দ সোণোৱালে
Share on FacebookShare on Twitter

দেওবাৰে ঘোষণা কৰা হ’ল অসম বিধানসভা নিৰ্বাচন ২০২১ৰ ফলাফল।

এইবাৰো মাজুলীৰ সমষ্টিৰ পৰা বৃহৎ সংখ্যক ভোটত জয়লাভ কৰিলে সৰ্বানন্দ সোণোৱালে।

মাজুলী সমষ্টিৰ পৰা দ্বিতীয় বাৰলৈ জয়লাভ কৰে সৰ্বানন্দ সোণোৱালে।

তাৰ পিছতে টুইটযোগে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালে।

Thank you Majuli. I express my deepest gratitude to the wonderful people of the sacred river island. Your blessings have once again given me the strength to carry forward my duty of serving Assam. pic.twitter.com/mPXtFLCZD7

— Sarbananda Sonowal (@sarbanandsonwal) May 2, 2021

এইবাৰ মাজুলীৰ পৰা প্ৰতিদ্বন্দিতা কৰা কংগ্ৰেছৰ ৰাজীৱ লোচন পেগুক প্ৰায় ৪২,৫৭১ হাজাৰ ভোটৰ ব্যৱধানত পৰাজয় কৰোৱাই জয়লাভ কৰিবলৈ সক্ষম হয় সৰ্বানন্দ সোণোৱালে ।

মাজুলী সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে ৭০,৬১৮ টা ভোট লাভ কৰিছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুই লাভ কৰিছে ২৮,০৪৭টা ভোট।

Photo Credit: Twitter

Tags: Assamঅসম বিধানসভা নিৰ্বাচনজয়লাভমাজুলীসৰ্বানন্দ সোণোৱাল
Previous Post

বিজেপি কৰ্মীৰ গুণ্ডাগিৰি! ক’ভিড প্ৰট’কল অৱমাননাৰ ভিডিঅ’ কৰাৰ বাবে সাংবাদিকক খেদি খেদি প্ৰহাৰ

Next Post

নিৰ্বাচনত জয়ী হৈ নতুন ঠিকনা পালে অখিল গগৈয়ে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিৰ্বাচনত জয়ী হৈ নতুন ঠিকনা পালে অখিল গগৈয়ে

নিৰ্বাচনত জয়ী হৈ নতুন ঠিকনা পালে অখিল গগৈয়ে

ক’ৰোনা মহামাৰীৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাজ্য সমূহলৈ লকডাউন দিয়াৰ পৰামৰ্শ

ক'ৰোনা মহামাৰীৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাজ্য সমূহলৈ লকডাউন দিয়াৰ পৰামৰ্শ

কোটি কোটি টকা যিসকলে ভগালে, সেই টকাৰ মূল্য নাই, মানুহৰ মৰমৰ মূল্য আছেঃ ৰেকিবুদ্দিন আহমেদ

কোটি কোটি টকা যিসকলে ভগালে, সেই টকাৰ মূল্য নাই, মানুহৰ মৰমৰ মূল্য আছেঃ ৰেকিবুদ্দিন আহমেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8