• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনাতংক! ক’ৰোনাত মৃত্যু SBI বিষয়াৰ

Manoranjan Majumder by Manoranjan Majumder
May 4, 2021
in অসম, জীৱনশৈলী, সংবাদ
1 min read
0
ক’ৰোনাতংক! ক’ৰোনাত মৃত্যু SBI বিষয়াৰ
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ আমগুৰিত ক’ভিড-১৯ত আক্রান্ত হৈ SBI

বিষয়াই কৰুণ মৃত্যুক সাৱটি লয়।

ক’ভিড-১৯ আক্ৰান্ত ভাৰতীয় ষ্টেট বেংকৰ আমগুৰি শাখাৰ মুখ্য গাণনিক বিষয়া প্ৰশান্ত বৰাৰ মঙলবাৰে বিয়লি ১ বজাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়।

মৃত্যুৰ সময়ত প্ৰশান্ত বৰাৰ বয়স আছিল ৫১ বছৰ।

যোৰহাট জিলাৰ ৰাজোইৰ বাসিন্দা আছিল প্ৰশান্ত বৰা।

দুই পুত্ৰ সন্তান আৰু পত্নীক এৰি চিৰকালৰ বাবে বিদায় মাগিলে বৰাই।

উল্লেখযোগ্য যে, প্ৰশান্ত বৰাকে ধৰি এছ বি আই আমগুৰি শাখাৰ মুঠ ৪জন বিষয়া কৰ্মচাৰী ক’ভিড পজিটিভৰূপে চিনাক্ত কৰা হৈছিল।

Photo: Headline8

Tags: AssamCovid19DiedSivasagarঅসমক'ৰোনা ভাইৰাছমৃত্যুশিৱসাগৰ
Previous Post

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে ক্ষতি হ’ল নেকি কংগ্ৰেছ মহাজোঁটৰ?

Next Post

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জনাইছে লকডাউনৰ দাবী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জনাইছে লকডাউনৰ দাবী

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে জনাইছে লকডাউনৰ দাবী

ক’ৰোনা সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ক'ৰোনা সংক্ৰমণৰ বাবে দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

Swiggyৰ সিদ্ধান্ত, এতিয়াৰে পৰা সপ্তাহত ৪ দিন কাম কৰিব কৰ্মচাৰীসকলে

Swiggyৰ সিদ্ধান্ত, এতিয়াৰে পৰা সপ্তাহত ৪ দিন কাম কৰিব কৰ্মচাৰীসকলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8