ৰাজ্যত ভয়াবহ ৰূপ লৈছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা ।
স্থগিত ৰখা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা।
১১ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।
ক’ৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ছেবাই।
ক’ৰোনাৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণলৈ আহিলে পুনৰ অনুষ্ঠিত হ’ব পৰীক্ষা।
এই কথা জানিবলৈ দিছে ছেবাৰ কৰ্তৃপক্ষই।
Photo Credit : Google