• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৩০ জুলাইত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক by নিউজ ডেস্ক
July 28, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, সংবাদ
1 min read
0
৩০ জুলাইত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল
Share on FacebookShare on Twitter

অহা ৩০ জুলাই, বুধবাৰে ছেবাই ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল।২৭ জুলাইত ছেবাই এক বৈঠকত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে জানিবলৈ দিয়ে।

ছেবাৰ অধ্যক্ষ আৰ. চি জৈনে লগতে জানিবলৈ দিয়ে যে-“এইবাৰ দশম শ্ৰেণীৰ ফলাফল ৪০:৪০:২০ অনুপাতৰ আধাৰত গণনা কৰা হ’ব। ইয়াত নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ পৰা ৪০ শতাংশ নম্বৰ, দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা ৪০ শতাংশ নম্বৰ আৰু বিদ্যালয়ৰ পৰা ২০ শতাংশ নম্বৰ যোগ কৰা হ’ব। বিগত তিনিবছৰৰ শিক্ষাৰ্থীগৰাকীৰ ফলাফল অনুসৰি বিদ্যালয়খনৰ পৰা ২০ শতাংশ নম্বৰ প্ৰদান কৰিব লাগিব। ”

যোৱা সপ্তাহত কামৰূপ জিলাৰ চাংসাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নম্বৰৰ সন্দৰ্ভত কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাৰ লগে লগেই ছেবা কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে । ইতিমধ্যে অন্য জিলাসমূহত নম্বৰ গণনাৰ কাম প্ৰায়েই সম্পূৰ্ণ হৈছে আৰু আগন্তুক ৩১ জুলাইৰ ভিতৰত ছেবাই ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে বুলি জানিবলৈ দিয়ে।

Tags: ছেবাফলাফল ঘোষণাহাইস্কুল শিক্ষান্ত পৰীক্ষা
Previous Post

“আমি আত্মহত্যা কৰাৰ বাহিৰে অন্য ৰাস্তা নাই”: ৰাজপথলৈ ওলাই আহিল অ’লা, উবেৰৰ চালক

Next Post

ৰাজ্যৰ ১০০০ এপিএছচি – ইউপিএছচিৰ প্ৰাৰ্থীক বিনামূলীয়া প্ৰশিক্ষণৰ বাবে আঁচনি মুকলি অসম ছাত্ৰ পৰিষদৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাজ্যৰ ১০০০ এপিএছচি – ইউপিএছচিৰ প্ৰাৰ্থীক বিনামূলীয়া প্ৰশিক্ষণৰ বাবে আঁচনি মুকলি অসম ছাত্ৰ পৰিষদৰ

ৰাজ্যৰ ১০০০ এপিএছচি - ইউপিএছচিৰ প্ৰাৰ্থীক বিনামূলীয়া প্ৰশিক্ষণৰ বাবে আঁচনি মুকলি অসম ছাত্ৰ পৰিষদৰ

মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিক বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ

মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিক বিকৃত উপস্থানেৰে খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ

বলীউডৰ কায়ডাত হীৰা ক্ৰয় কৰিবলৈ আহি গ্ৰাহকে দোকানত সলনি কৰিলে নকল হীৰা

বলীউডৰ কায়ডাত হীৰা ক্ৰয় কৰিবলৈ আহি গ্ৰাহকে দোকানত সলনি কৰিলে নকল হীৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8