আজিৰে পৰা অহা ২৩ জুলাইলৈকে সাধাৰণ ৰাইজৰ বাবে প্রৱেশ নিষিদ্ধ কৰা হৈছে BTC সচিবালয়ত।
আনহাতে সচিবালয়ৰ বিষয়া, কৰ্মচাৰীয়ে ক’ভিড ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছে।কমেও এটা পালি ভেকচিন লোৱাসকলেহে প্রৱেশৰ অনুমতি লাভ কৰিব সচিবালয়ত।
BTC ৰ প্রধান সচিব পি. শান্তনু গোটমাৰে জাৰি কৰা একেটা নিৰ্দেশনাত কোৱা হৈছে যে ক’ভিড ভেকচিন নোলোৱা লোকে নাপাব জুলাই মাহৰ দৰমহা।