• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানবন্দৰত ঋতুকালীন বিপনী স্থাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 1, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
বৰঝাৰ বিমানবন্দৰত ঋতুকালীন বিপনী স্থাপন
Share on FacebookShare on Twitter

দেশ – বিদেশৰ পৰা অহা পৰ্যটক, ভ্ৰমণকাৰীয়ে বিমানৰ পৰা নামিয়ে অসমৰ চহকী সংস্কৃতি, ঐতিহ্য আদি সন্দৰ্ভত যাতে এক সম্যক জ্ঞান লাভ কৰিব পাৰে তাৰ বাবে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড (GIAL) কৰ্তৃপক্ষই আৰম্ভণিৰে পৰা তৎপৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই তৎপৰতাৰ অংশ হিচাপে GIAL কৰ্তৃপক্ষই বিমানবন্দৰৰ প্ৰস্থান পথত যোৱাকালিৰে পৰা স্থাপন কৰিছে ঋতুকালীন বিপনী। যঁত প্ৰতিফলিত আৰু প্ৰদর্শন কৰা হৈছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰাগত সা – সঁজুলি, হস্ততাঁত সামগ্ৰী, জৈৱিক আৰু পৰম্পৰাগত কৃষিজাত সামগ্ৰী, ঐতিহ্য প্ৰতিফলিত হোৱা সামগ্ৰী আদি।

এই সন্দৰ্ভত GIAL কৰ্তৃপক্ষৰ মুখপাত্ৰই সদৰি কৰা অনুসৰি অসম এখন বাৰে বৰণীয়া নানাৰঙী জাতি জনগোষ্ঠীৰ মিলনভূমি আৰু ইয়াৰ সংস্কৃতি, ঐতিহ্য অতিকৈ চহকী। গতিকে এই চহকী ঐতিহ্য, সংস্কৃতি, পৰম্পৰা যাতে শুদ্ধ ৰূপত প্ৰতিফলিত হয় আৰু বাহিৰৰ পৰা অহা এজন লোকে বিমানৰ পৰা নামিয়ে ৰাজ্যখন সন্দৰ্ভত সামগ্ৰীক ধাৰণা লাভ কৰিব পাৰে সেই লক্ষৰে এই বিপনী স্থাপন কৰা হৈছে।

Previous Post

লখিমপুৰৰ হাৰমতীত বিধ্বংসী অগ্নিকাণ্ড

Next Post

ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ

ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ

ভাৰতে জি-২০ অধ্যক্ষতাৰ ঐতিহাসিক মুহূৰ্তত দায়িত্ব গ্ৰহণ কৰিছে: প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব মিশ্ৰা

ভাৰতে জি-২০ অধ্যক্ষতাৰ ঐতিহাসিক মুহূৰ্তত দায়িত্ব গ্ৰহণ কৰিছে: প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব মিশ্ৰা

স্থানীয় চেনেল সমূহে কৰিব লাগিব MSOত পঞ্জীয়ন!

স্থানীয় চেনেল সমূহে কৰিব লাগিব MSOত পঞ্জীয়ন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8