• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্রাতঃভ্রমণলৈ অহা ৭ জনক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে, নিহত ৫

নিউজ ডেস্ক by নিউজ ডেস্ক
May 24, 2022
in সংবাদ, অসম, ক্ৰাইম
1 min read
0
সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ কোঠাত তীব্ৰবেগী ডাম্পাৰ!
Share on FacebookShare on Twitter

আজি পুৱা প্ৰায় ৫-১৫ বজাত ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত পাঁচ গৰাকীকৈ লোকৰ মৃত্যু ঘটে।

জানিব পৰা মতে, আনদিনাৰ দৰে আজিও ছিপাঝাৰৰ মাৰৈৰ কম বয়সীয়া যুৱকৰ দল এটাই ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰলৈ দৌৰিবলৈ আহিছিল আৰু তাত দৌৰাৰ লগতে শাৰীৰিক ব্যায়াম কৰি ঘৰলৈ উভতি যোৱাৰ পথত লেখাৰুপাৰাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকক গুৱাহাটীমুখী এ. এছ-১১ বি. চি-১৫৫৫ নম্বৰৰ ট্ৰাকখনে পিছফালৰ পৰা মহতিয়াই নিয়ে।

ইপিনে ৰাষ্ট্ৰীয় ঘাইপথটোৰে প্ৰাত:ভ্ৰমণলৈ যোৱা লেখাৰুপাৰা (ভূক্তাবাৰী) ৰ দুগৰাকী মহিলাকো একে সময়তে ট্ৰাকখনে মহতিয়াই নিয়ে। ফলত মাৰৈৰ জিণ্টুমণি আহমেদ (১৫) থিতাতে নিহত হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু হয় একে গাঁও মাৰৈৰ ইন্দাদুল হক (১৫), ৰেকিব আলী (১৫), লেখাৰুপাৰাৰ জয়মতী বৰুৱা (৭০) আৰু সংগীতা ডেকা শৰ্মা (৪৬)ৰ।উ

ল্লেখযোগ্য যে, ছিপাঝাৰ আৰক্ষী থানাৰ পৰা প্ৰায় এশ মিটাৰ দূৰত্বত ৰাষ্ট্ৰীয় ঘাইপথটোত সংঘটিত হয় এই দুৰ্ঘটনাটো। কিন্তু ছিপাঝাৰ আৰক্ষী প্ৰায় এঘণ্টা পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়।

আনহাতে, বহুবাৰ যোগাযোগ কৰাৰ পাছতো স্বাস্থ্য সেৱাৰ জৰুৰী এম্বুলেঞ্চ যথেষ্ট পলমকৈ আহি পোৱাৰ অভিযোগ তুলিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে।

Previous Post

কান মহোৎসৱত উজ্বলিল আইমী বৰুৱাৰ ‘চেমখৰ’

Next Post

১ শতাংশ কমিছন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্যমন্ত্ৰী!

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
Next Post
১ শতাংশ কমিছন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্যমন্ত্ৰী!

১ শতাংশ কমিছন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্যমন্ত্ৰী!

বানপীড়িত গ্ৰাহকলৈ এয়াৰটেলে আগবঢ়াইছে আনলিমিটেড কলিং-ডাটা

বানপীড়িত গ্ৰাহকলৈ এয়াৰটেলে আগবঢ়াইছে আনলিমিটেড কলিং-ডাটা

আলফা(স্বা)ত যোগদান ১২ যুৱকৰ!

আলফা(স্বা)ত যোগদান ১২ যুৱকৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8