• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জৈনসকলৰ মৌন প্ৰতিবাদী সমদল

নিউজ ডেস্ক by নিউজ ডেস্ক
December 22, 2022
in সংবাদ, অসম
1 min read
0
জৈনসকলৰ মৌন প্ৰতিবাদী সমদল
Share on FacebookShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বুধবাৰে শাশ্বত তীৰ্থক্ষেত্ৰ ঝাৰখন্ড অৱস্থিত শ্ৰী সম্মেদশিখৰ জী ক পৰ্য়টন কেন্দ্ৰ বুলি প্ৰত্যাহাৰৰ দাবী জনাই শ্ৰী দিগম্বৰ জৈন সমাজ সমন্বিতে অন্যান্য সম্প্ৰদায়ৰ লোক সকলে প্ৰতিবাদী মৌন সমদল উলিয়ায়।

উল্লেখযোগ্য যে, ঝাৰখণ্ড ৰাজ্যত অৱস্থিত শ্ৰী সম্মেদশিখৰ জী জৈন ধৰ্মাৱলম্বী লোকসকলৰ এটা পবিত্ৰ পাৱন তীৰ্থস্থান। ইয়াৰ পৰা জৈনধৰ্মৰ ২৪ জনা তীৰ্থন্কৰৰ মাজৰ পৰা ২০ জনা তীৰ্থংকৰে নিৰ্বাণ অৰ্থাৎ মোক্ষ লাভ কৰে। কেন্দ্ৰ চৰকাৰৰ ওচৰত পৰ্য়টন কেন্দ্ৰ বাতিল কৰাৰ দাবী কৰি জৈন সমাজৰ সহস্ৰাধিক শ্ৰদ্ধালুসকলে গুৱাহাটীৰ ৰাজপথত ওলাই আহি মহাবীৰ ধৰ্মস্থলৰ পৰা আৰম্ভ কৰি এ টি ৰোড হৈ এছ আৰ চি বি পথেৰে হেমবৰুৱা পথ হৈ মুৰলিধৰ শৰ্মা পথত অৱস্থিত মহাবীৰ ধৰ্মস্থলত সমাপন ঘটে।

জৈন সকলে জৈন তীৰ্থক্ষেত্ৰ সম্মেদশিখৰ জীক সুৰক্ষা আৰু জৈন সকলৰ বাবে সংৰক্ষিত কৰাৰ বাবে অসম চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাই এখন স্মাৰক পত্ৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰদান কৰিব বুলি উদ্যোক্তাসকলে জনাইছে। বুধবাৰৰ প্ৰতিবাদী মৌন সমদলত জৈন লোকসকলৰ বাহিৰে ১৫ আৰু১৬ নম্বৰ ৱাৰ্ডৰ পাৰ্ষদ সৌৰভ ঝুঝুনৱালা আৰু প্ৰমোদ স্বামীও অংশগ্ৰহণ কৰে। শ্ৰী দিগাম্বৰ জৈন সমাজৰ সভাপতি মহাবীৰ জৈন আৰু সম্পাদক বীৰেন্দ্ৰ ছেৰাউগীয়ে মৌন প্ৰতিবাদী সমদল যাত্ৰাত সকলো অংশগ্ৰহণকাৰী সকলক শলাগৰ শৰাই আগবঢ়াই কৃতজ্ঞতা জ্ঞাপন কৰে।

Previous Post

বিধান সভাৰ চৌহদৰ পৰা চুৰি বিলাসী গাড়ী!

Next Post

ট্ৰাইচেমৰ উদ্যোগত চকৰদৌত জৈৱিক কৃষি, হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
ট্ৰাইচেমৰ উদ্যোগত চকৰদৌত জৈৱিক কৃষি, হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

ট্ৰাইচেমৰ উদ্যোগত চকৰদৌত জৈৱিক কৃষি, হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

আকৌ ক’ভিডঃ ২৪ ঘণ্টাত আক্ৰান্ত ৫২৩৩জন, ৭জনৰ মৃত্যু

পুনৰ ক'ভিড! আতংকিত দেশবাসী, দিল্লীত জৰুৰী বৈঠক

ৰাজ্যসভা নিৰ্বাচনত আটাইতকৈ বেছি গাড্ডাৰী কৰিছে AIUDFএ!

টি–ছাৰ্টত শ্লোগান, হাতত প্লে–কাৰ্ড লৈ বিধানসভাত উপস্থিত অখিল গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8