• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ভিডৰ বাবে বাতিল নহয় আছুৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী

নিউজ ডেস্ক by নিউজ ডেস্ক
January 10, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
ক’ভিডৰ বাবে বাতিল নহয় আছুৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী
Share on FacebookShare on Twitter

ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণৰ বাবে জাৰি কৰা হৈছে SOP। সেই অনুসৰি বিভিন্ন ক্ষেত্ৰত জাৰি কৰা হৈছে কঠোৰ নিষেধাজ্ঞা। চৰকাৰে জাৰি কৰা SOP ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো হুংকাৰ দিছে প্ৰশাসন তথা চৰকাৰে। কিন্তু ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে কৰিছে এক গুৰুত্বপূৰ্ণ মন্তব্য।
তেওঁ কয় যে, ক’ভিডৰ বাবে ছাত্ৰ সন্থাই বাতিল নকৰে কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী। উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস এইবাৰ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ডুমডুমা নগৰ খেলপথাৰত অহা ১৬ আৰু ১৭ জানুৱাৰী তাৰিখে দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰা হৈছে ।
ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় শিল্পী দিৱসৰ উদযাপন স্থলী সোমবাৰে পৰিদৰ্শন কৰে আছুৰ সভাপতি দিপাংক নাথে। ডুমডুমা নগৰ খেলপথাৰত কেন্দ্ৰীয় শিল্পী দিৱসৰ উদযাপনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি থকা বুলি উল্লেখ কৰাৰ লগতে ক”ভিড SOP ৰ সকলো নিয়ম-নীতি মানি কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি আছুৰ সভাপতি দিপাংক নাথে উল্লেখ কৰে ।

Previous Post

আলফালৈ ন ন যুৱক! সন্তানক সোঁশৰীৰে ঘূৰাই পঠাবলৈ পৰেশ বৰুৱালৈ আহবান পৰিয়ালৰ

Next Post

অমিক্ৰণৰ পিছত ক’ভিডৰ নতুন প্ৰকাৰ ‘ডেল্টাক্ৰন’

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অমিক্ৰণৰ পিছত ক’ভিডৰ নতুন প্ৰকাৰ ‘ডেল্টাক্ৰন’

অমিক্ৰণৰ পিছত ক'ভিডৰ নতুন প্ৰকাৰ 'ডেল্টাক্ৰন'

নিশা ১০ বজাৰ পূৰ্বে ভোজ-ভাত সমাপ্ত কৰা সম্ভৱ নহয়!

নিশা ১০ বজাৰ পূৰ্বে ভোজ-ভাত সমাপ্ত কৰা সম্ভৱ নহয়!

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8