• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চোৰে ললে ৰাম নামঃ একেদিনাই ৬ টাকৈ মন্দিৰত চোৰৰ টিঘিলঘিলনি

নিউজ ডেস্ক by নিউজ ডেস্ক
July 29, 2021
in অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, সংবাদ
1 min read
0
চোৰে ললে ৰাম নামঃ একেদিনাই ৬ টাকৈ মন্দিৰত চোৰৰ টিঘিলঘিলনি
Share on FacebookShare on Twitter

মহানগৰীত চোৰৰ অবাধ টিঘিলঘিলনি। উত্তৰ গুৱাহাটীত একেদিনাই ৬ টাকৈ মন্দিৰত চোৰে লুটপাত কৰি লৈ যায়।এই ৬ টা মন্দিৰৰ ভিতৰত ৫ টা ৰাজহুৱা মন্দিৰ আৰু এটা ব্যক্তিগত মন্দিৰ।

উত্তৰ গুৱাহাটীৰ শিলসাঁকো গাঁৱত থকা শ্ৰী শ্ৰী গোপীনাথ মন্দিৰ, শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ, অভয়পুৰ গাঁৱৰ হৰি মন্দিৰ, গোবিন্দ মন্দিৰ, কটহ বজাৰৰ বাথৌ মন্দিৰআৰু অভয়পুৰ নিবাসী মোহিনী কাকতিৰ ঘৰৰ ব্যক্তিগত মন্দিৰত চোৰ সোমাই মজিয়া ভাঙি দান পাত্ৰত থকা ধন লৈ উধাও হয়।

ইয়াৰ লগতে মন্দিৰৰ ভিতৰত থকা সোণ-ৰূপৰ গহনাওচোৰ কৰি লৈ যায়।

এই ঘটনাৰ পিছতে উত্তৰ গুৱাহাটী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। উত্তৰ গুৱাহাটী আৰক্ষী আৰু গৌৰীপুৰ আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে চোৰ ধৰিবলৈ বিশেষ স্নিফাৰ কুকুৰো নিয়োগ কৰিছে।

Tags: উত্তৰ গুৱাহাটীচোৰচোৰৰ লুটপাতমন্দিৰ
Previous Post

গুৱাহাটী-শ্বিলং পথত ডিভাইডাৰৰ ওপৰত বাগৰি পৰিল মন্ত্ৰী অতুল বৰাৰ কনভয়

Next Post

বিদ্যালয়ত দপদপনি পাব্লিক হেল্থ বিভাগৰঃ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদত ৫০০ ফুটৰ বৰিং

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বিদ্যালয়ত দপদপনি পাব্লিক হেল্থ বিভাগৰঃ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদত ৫০০ ফুটৰ বৰিং

বিদ্যালয়ত দপদপনি পাব্লিক হেল্থ বিভাগৰঃ অনুমতি অবিহনে বিদ্যালয়ৰ চৌহদত ৫০০ ফুটৰ বৰিং

আজিৰে পৰা ৰাজ্য়ত জাৰী হ’ল নতুন SOP- কি কি পৰিবৰ্তন হ’ল নতুন SOP তঃ

আজিৰে পৰা ৰাজ্য়ত জাৰী হ'ল নতুন SOP- কি কি পৰিবৰ্তন হ'ল নতুন SOP তঃ

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8