• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কটন বিশ্ববিদ্যালয়ত ছাত্ৰ মুক্তিৰ জয়ধ্বজাঃ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত অভিষেক মহন্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
January 5, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
কটন বিশ্ববিদ্যালয়ত ছাত্ৰ মুক্তিৰ জয়ধ্বজাঃ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত অভিষেক মহন্ত
Share on FacebookShare on Twitter

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি পদত জয়যুক্ত হয় নিয়ৰ ডেকা আৰু সাধাৰণ সম্পাদক পদত অভিষেক মহন্ত৷ উল্লেখ্য যে, নিয়ৰ ডেকা গণ সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ ছাত্ৰ তথা শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাসৰ আৱাসী৷ অভিষেক মহন্ত গণিত বিভাগৰ ছাত্ৰ তথা মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাবাসৰ আৱাসী। উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা প্ৰক্ষেপিত সাধাৰণ সম্পাদক, উপ-সভাপতি, সহকাৰী সাধাৰণ সম্পাদক, লঘুক্ৰীড়া বিভাগ, ছাত্ৰী জিৰণি চ’ৰা, কর্ট মেম্বাৰ পদত জয়ী হয় বুলি জানিবলৈ দিয়া হৈছে।

Previous Post

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো

Next Post

মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পাটোৱাৰীৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পাটোৱাৰীৰ

মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পাটোৱাৰীৰ

বৰঝাৰ বিমানবন্দৰত ২৪ ঘন্টাই উপলব্ধ হ’ব যাত্ৰী সুৰক্ষা সেৱা

বৰঝাৰ বিমানবন্দৰত ২৪ ঘন্টাই উপলব্ধ হ'ব যাত্ৰী সুৰক্ষা সেৱা

৯ মাহত পৰিবহণ বিভাগৰ জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটিতকৈও অধিক টকা

৯ মাহত পৰিবহণ বিভাগৰ জৰিমনাৰ বাবদ সংগ্ৰহ ১৪ কোটিতকৈও অধিক টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8