• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ডিফুত ডেংগুত এই পৰ্যন্ত ৪৮৫ গৰাকী আক্ৰান্ত!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 9, 2022
in সংবাদ, অসম, স্বাস্থ্য
1 min read
0
ৰাজ্যত ডেংগুৰ ভয়াৱহ ৰূপ!
Share on FacebookShare on Twitter

কাৰ্বি আংলঙৰ ডিফুত ডেংগুৱে ভয়াবহ সংক্ৰমণ অব্যাহত থকাৰ মাজতে সমগ্ৰ ৰাজ্যৰ প্ৰায় ১৪ খন জিলাতো ইয়াৰ প্ৰভাৱ পৰিছে। ডিফুত বিগত ২৪ ঘণ্টাত ডেংগুত নতুনকৈ আক্ৰান্ত হৈছে ৬০ গৰাকী লোক। ফলত সমগ্ৰ ডিফুত ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪৮৫ গৰাকীলৈ।

চহৰখনত দেখা দিয়া ডেংগুৰ এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিফু চহৰত ৰেডক্ৰছ ছ’চাইটি আৰু ডিফু বজাৰ সমিতিয়ে ফগিং আৰু ছেনিটাইজেশ্যন আৰম্ভ কৰিছে। ঘৰে ঘৰে অব্যাহত ৰাখিছে ডেংগুৰ পৰীক্ষা।

আনহাতে কামৰূপ মহানগৰ জিলাত এই পৰ্যন্ত ১১ জন, কৰিমগঞ্জ, নলবাৰী, শিৱসাগৰ, ডিমা হাচাও জিলাত ২ জনকৈ, দৰং, ডিব্ৰুগড়, কামৰূপ, নগাওঁ, হোজাই, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি জিলাত এজনকৈ লোক ডেংগুত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে। 

Previous Post

মৰিগাঁৱত ড্ৰাগছসহ এজনক আটক

Next Post

পামহীৰ ৰাস মহোৎসৱত দয়াৰাম কাথাৰৰ দুখন গ্ৰন্থ উন্মোচন

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
পামহীৰ ৰাস মহোৎসৱত দয়াৰাম কাথাৰৰ দুখন গ্ৰন্থ উন্মোচন

পামহীৰ ৰাস মহোৎসৱত দয়াৰাম কাথাৰৰ দুখন গ্ৰন্থ উন্মোচন

গুৱাহাটীলৈ আগমন ড০ চন্দ্ৰ ভানু সৎপথীৰ

গুৱাহাটীলৈ আগমন ড০ চন্দ্ৰ ভানু সৎপথীৰ

অসম মহিলা অভিযন্তা সন্থাৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসম মহিলা অভিযন্তা সন্থাৰ চতুৰ্দ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8