• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজীৰ

Manoranjan Majumder by Manoranjan Majumder
April 30, 2021
in বিবিধ, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজীৰ
Share on FacebookShare on Twitter

দেশত ক’ৰোনা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।

ক’ৰোনা মহামাৰীৰ ফলত মৃত্যুক সাৱটিছে বহু লোকে।

আজি দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজী ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হয়।

ক’ৰোনাত আক্ৰান্ত হৈ দীর্ঘদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজী।

অৱশেষত দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ছোলি ছোৰাবজীয়ে।

এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজীয়ে কলেজত আইনৰ শিক্ষাৰ্থী হিচাপে স্বর্ণ পদক লাভ কৰিছিল।

তাৰ পিছতে বোম্বে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে যোগদান কৰিছিল।

১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ আইন বিষয়া ছলিছিটৰ জেনেৰেল আছিল।

দেশৰ সৰ্বোচ্চ আইন বিষয়া এটৰ্ণি জেনেৰেল হিচাপে দুবাৰকৈ অধিষ্ঠিত হৈছিল ছোলি ছোৰাবজী।

মানৱ অধিকাৰ সুৰক্ষা তথা বাক স্বাধীনতা ৰক্ষাৰ কামত বিশেষ ভাৱে জড়িত থকা বাবে ২০০২ চনত পদ্মবিভূষণ বঁটাৰে সন্মানিত হৈছিল এটৰ্ণি জেনেৰেল ছোলি ছোৰাবজী।

আজি তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে দেশবাসী শোকস্তব্ধ হৈ পৰিছে।

Photo Credit: Google

Tags: Corona VirusDeathIndiaছোলি ছোৰাবজীপ্ৰাক্তন এটৰ্ণি জেনেৰেল
Previous Post

দুই এজন হালধীয়া সাংবাদিকৰ প্ৰতি আমি জাগি উঠিমঃ পৰেশ বৰুৱা

Next Post

ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হ’ল দিল্লীত কৰ্মৰত অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ক’ৰোনা আক্ৰান্ত হৈ মৃত্যু হ’ল দিল্লীত কৰ্মৰত অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ

ক'ৰোনা আক্ৰান্ত হৈ মৃত্যু হ'ল দিল্লীত কৰ্মৰত অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ

নতুনকৈ অক্সিজেন প্ৰকল্প স্থাপন কৰা হ’ল মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত

নতুনকৈ অক্সিজেন প্ৰকল্প স্থাপন কৰা হ'ল মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত

মিছন অক্সিজেন ফাণ্ডলৈ ১ কোটি টকা দান শচীন তেণ্ডুলকাৰৰ

মিছন অক্সিজেন ফাণ্ডলৈ ১ কোটি টকা দান শচীন তেণ্ডুলকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8