• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পিতৃ-মাতৃক নৃশংসভাৱে হত্যা বৰপুত্ৰৰ;  কিন্তু, কিয় ?

Manoranjan Majumder by Manoranjan Majumder
February 3, 2021
in ক্ৰাইম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
পিতৃ-মাতৃক নৃশংসভাৱে হত্যা বৰপুত্ৰৰ;  কিন্তু, কিয় ?
Share on FacebookShare on Twitter

সন্তানে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰখা এইবোৰ সমাজত এতিয়া  সৰু ঘটনা ।

কিন্তু উত্তৰ প্ৰদেশত বৰপুত্ৰই পিতৃ-মাতৃক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশতে জোকাৰনিৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে বৰ পুত্ৰ সোহানলালৰ পত্নী মুন্নী দেৱী আৰু ঘৰখনৰ সৰু বোৱাৰীৰ সৈতে কথাই কথাই মাটিৰ পট্টাকলৈ এক কাজিয়াৰ সূত্ৰপাত হৈছিল।

এই কাজিয়া ইমানে বাঢ়ি যায় বৰপুত্ৰই খঙতে পিতৃ-মাতৃক দোষাৰোপ কৰি লাঠিৰে নিষ্ঠুৰভাৱে কোবাই কোবাই  পিতৃ-মাতৃ মাটিত বাগৰাই দিয়ে।

ততাতৈয়াকৈ স্থানীয় লোকে বৃদ্ধ দাম্পতীহালক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও গুৰুতৰভাৱে আহত হোৱাৰ ফলত দুয়োগৰাকী বৃদ্ধই মৃত্যুক সাৱটি লয়।

ইতিমধ্যে, আৰক্ষীয়ে ঘাতক সোহানলালক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাটো তদন্ত অব্যাহত ৰাখিছে ৷

Tags: UP PoliceUttar Pradesh
Previous Post

দ্য’ আছাম ৰিপিলিং এক্ট, ২০২০ত অনুমোদন ৰাজ্যপাল জগদীশ মুখীৰ

Next Post

ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে পদযাত্ৰা কাৰ্যসূচী আশাদ্বীপ মেণ্টেল হেল্থ ছ’ছাইটিৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ashadeep

ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে পদযাত্ৰা কাৰ্যসূচী আশাদ্বীপ মেণ্টেল হেল্থ ছ'ছাইটিৰ

বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ লগতে ৬জনক আটক

বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ লগতে ৬জনক আটক

Mia Khalifa

কৃষক আন্দোলনৰ সমৰ্থনত পৰ্ণষ্টাৰ; কোন এইগৰাকী পৰ্ণষ্টাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8