• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 7, 2022
in সংবাদ, আন্তৰ্জাতিক, ক্ৰাইম, ক্ৰীড়া
1 min read
0
যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰ!
Share on FacebookShare on Twitter

শ্ৰীলংকান ক্ৰিকেট দলটো ইতিমধ্যে টি-২০ বিশ্বকাপ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। পৰাজয়ৰ গ্লানিৰ মাজতে এইবাৰ দলটোৰ এগৰাকী ক্ৰিকেটাৰক অষ্ট্ৰেলিয়ান আৰক্ষীয়ে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক কৰাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বৰ ক্ৰিকেট জগতত চাঞ্চল্যৰ সৃষ্টি হৈছে।

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ থকা টি-২০ বিশ্বকাপ খেলিবলৈ গৈ অষ্ট্ৰেলিয়ান আৰক্ষীৰ আলহী হোৱা এইগৰাকী শ্ৰীলংকান ক্ৰিকেটাৰ ডানুষ্কা গুনাথিলাকা। বিশ্বাকাপৰ প্ৰথম ৰাউণ্ডৰ মেচত অংশগ্ৰহণ কৰাৰ পিছতে আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’বলগীয়া হোৱা শ্ৰীলংকাৰ বেটছমেন ডানুষ্কাৰ বিৰুদ্ধে উত্থাপিত হৈছে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ।

বিশ্বকাপ খেলিবলৈ গৈ অষ্ট্ৰেলিয়াৰ ৰোজ বে’ৰ বাসগৃহত এগৰাকী ২৯ বছৰীয়া মহিলাক যৌন নিৰ্যাতন উত্থাপন হৈছে ডানুষ্কাৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন হোৱাৰ পিছতে ছিডনী আৰক্ষীয়ে ডানুষ্কাক শ্ৰীলংকান ক্ৰিকেট দলটোৱে বাহৰ পাতি থকা হোটেলৰ পৰাই গ্ৰেপ্তাৰ কৰে।

এই সন্দৰ্ভত ছিডনীৰ নিউ ছাউথ ৱেলথৰ আৰক্ষীয়ে এক বিবৃতিও জাৰি কৰিছে। য’ত কোৱা হৈছে যে ডানুষ্কাই এক অনলাইন ডেটিং এপ্লিকেচনৰ জৰিয়তে এগৰাকী মহিলাৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল। ইয়াৰ পিছতে উক্ত মহিলাগৰাকীয়ে ডানুষ্কাক সাক্ষাত কৰে। তাৰ পিছতে যোৱা ২ নৱেম্বৰত সেই মহিলাগৰাকীক ডানুষ্কাই যৌন নিৰ্যাতন চলাই বুলি প্ৰকাশ কৰিছে উক্ত বিবৃতিত। 

এই ঘটনা সন্দৰ্ভত শ্ৰীলংকান ক্ৰিকেট সংস্থাই ইতিমধ্যে এক বিবৃতি জাৰি কৰিছে। সন্থাই অষ্ট্ৰেলিয়াৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত নজৰ ৰাখিব বুলি উল্লেখ কৰি কয় যে যদিহে ডানুষ্কা দোষী সাব্যস্ত হয় তেন্তে শ্ৰীলংকা ক্ৰিকেট সন্থায়ো তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Previous Post

টি-চাৰ্ট, জীনচ আৰু লেগিংছ নিপিন্ধিব! অসম বিধানসভাৰ সচিবালয়ৰ কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা

Next Post

EWS সংৰক্ষণ বাহাল থাকিব, উচ্চতম ন্যায়ালয়ৰ ৰায়

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
Next Post
EWS সংৰক্ষণ বাহাল থাকিব, উচ্চতম ন্যায়ালয়ৰ ৰায়

EWS সংৰক্ষণ বাহাল থাকিব, উচ্চতম ন্যায়ালয়ৰ ৰায়

বৃদ্ধি পোৱা চোৰৰ উপদ্ৰৱে উদ্বিগ্ন কৰি তুলিছে নগাঁৱৰ ৰাইজক

মালিগাৱঁত শিশু অপহৰণৰ অপচেষ্টা!

ধাৰাপুৰত কৃষকৰ মাজত ৰবিশস্যৰ বীজ বিতৰণ

ধাৰাপুৰত কৃষকৰ মাজত ৰবিশস্যৰ বীজ বিতৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8