• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাৰ্বি-আংলং শান্তি চুক্তি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক by নিউজ ডেস্ক
September 6, 2021
in অসম, সংবাদ
1 min read
0
কাৰ্বি-আংলং শান্তি চুক্তি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া
Share on FacebookShare on Twitter

কাৰ্বি-আংলঙৰ শান্তি চুক্তি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে। এই কথা সদৰি কৰিলে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই। তেওঁ এক বিজ্ঞপ্তি ৰূপে জনায় যে,

“আমি অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে চৰকাৰৰ শান্তি প্ৰচেষ্টাক সদায় আদৰণি জনাই আহিছোঁ। কিন্তু, এইটোও লক্ষণীয় যে কেন্দ্ৰীয় বিজেপি চৰকাৰে শান্তি চুক্তিৰ ধুমধামেৰে স্বাক্ষৰ কৰে কিন্তু, ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আশা কৰা মতে ফলপ্ৰসু নকৰে। বিটিআৰ চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী কৰিছে অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে। ঘোষণা অনুসৰি ১৫০০ কোটি টকীয়া পেকেজ, ৰাজ্য চৰকাৰৰ পৰা বছৰি ২৫০ কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বছৰি ২৫০ কোটি টকীয়া পেকেজৰ আজিলৈকে বিটিআৰে কিমান টকা পালে সেয়া স্পষ্ট কৰিব লাগে। ঠিক তেনেদৰে কাৰ্বি আংলং চুক্তি কাৰ্যকৰী কৰাৰ তথ্য জনসাধাৰণৰ সন্মুখত দাঙি ধৰিব লাগে যাতে অসমৰ মানুহে এই শান্তি চুক্তি কাৰ্যকৰীকৰণৰ প্ৰকৃত ছবিখনৰ বিষয়ে অৱগত হয়।”

Tags: Assam Governmentassam pradesh congressBJPCM Himanta Biswa SarmaKarbi Anglong
Previous Post

অৱশেষত ধৰাপৰিল ডিম্পল হত্যাকাণ্ডৰ মুল অভিযুক্ত…

Next Post

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ

Related Posts

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান
সংবাদ

সংগীত শিল্পী অৰুণ দাসৰ দেহাৱসান

December 3, 2023
সংবাদ

NCC দিৱসত দিঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি বায়ু শাখাৰ কেডেটৰ

December 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
সংবাদ

তিতাবৰত ভয়াৱহ পথ দুৰ্ঘটনা

December 2, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
Next Post
পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ

মাতৃহাৰা হ’ল অভিনেতা অক্ষয় কুমাৰ

মাতৃহাৰা হ’ল অভিনেতা অক্ষয় কুমাৰ

অসম আৰক্ষীৰ সফল অভিযান; অপহৰণকাৰীক কৰায়ত্ত আৰক্ষীৰ

অসম আৰক্ষীৰ সফল অভিযান; অপহৰণকাৰীক কৰায়ত্ত আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8