• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শিল্পী ৰাজেন গোহাঁই আৰু পখিলা লেকথেপীকলৈ শিল্পী বঁটা; ৫০ গৰাকীলৈ শিল্পী পেঞ্চন

নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 16, 2023
in সংবাদ, অসম, সংস্কৃতি
3 min read
0
শিল্পী ৰাজেন গোহাঁই আৰু পখিলা লেকথেপীকলৈ শিল্পী বঁটা; ৫০ গৰাকীলৈ শিল্পী পেঞ্চন
Share on FacebookShare on Twitter

মঙলবাৰে প্ৰদান কৰা হ’ব ৰাজ্য চৰকাৰৰ ২০২১-২২ শিল্পী বঁটা। এইবাৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট শিল্পী ৰাজেন গোহাঁই আৰু পখিলা লেকথেপীকলৈ। মঙলবাৰে (১৭ জানুৱাৰী) শিল্পী দিৱসৰ দিনা ৰাজ্য চৰকাৰে প্ৰদান কৰিব শিল্পী বঁটা। এইবাৰ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়ালৈ। ড° ভবেন্দ্ৰ নাথ শইকীয়া বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট অভিনেতা অৰুণ নাথক। বিজু ফুকন বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱক।

আনহাতে ৰাজ্যৰ ৫০ গৰাকী শিল্পীলৈ ২০২১-২২ বৰ্ষৰ শিল্পী পেঞ্চন আগবঢ়াব চৰকাৰে। কলা, সংস্কৃতি,সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আগবঢ়োৱা হৈছে শিল্পী পেঞ্চন। সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই ঘোষণা কৰে শিল্পী পেঞ্চন লাভ কৰা শিল্পীসকলৰ নাম। ১৭ জানুৱাৰী) শিল্পী দিৱসৰ দিনা ৰাজ্য চৰকাৰে প্ৰদান কৰিব শিল্পী পেঞ্চন। ২০২২ – ২৩ বৰ্ষৰ বাবে শিল্পী পেঞ্চন লাভ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকল ক্ৰমে–

  • ১) ক্ষিতীশ চন্দ্ৰ শৰ্মা ( ভ্ৰাম্যমাণ থিয়েটাৰৰ আলোক শিল্পী, বজালী, ৬৫ বছৰ )
  • ২) প্ৰমোদ চন্দ্ৰ ৰয় ( ভ্ৰাম্যমাণ থিয়েটাৰ, বজালী, ৭৬ বছৰ )
  • ৩) মনোজ শৰ্মা ( ৩৩ বছৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, বাক্সা, ৭৭ বছৰ )
  • ৪) নৰেন ৰাজবংশী ( যাত্ৰাৰ নৃত্য শিল্পী, বাক্সা, ৬৫ বছৰ )
  • ৫) মানিক সিং ৰয় ( প্ৰায় একুৰি ভ্ৰাম্যমাণ থিয়েটাৰ দলত বাঁহী বাদক, বঙাইগাঁও, ৬৭ বছৰ )
  • ৬) গীতেশ ৰঞ্জন নাথ (নাটকৰ শিল্পী, কাছাৰ, ৮৩ বছৰ )
  • ৭) অৰুন্ধতি আদিত্য (গায়িকা, কাছাৰ, ৬৩ বছৰ )
  • ৮) ৰত্নেশ্বৰ বৰা (শুকনানী ওজাপালি, দৰং, ৭৪ বছৰ )
  • ৯) ইছাৰাম বৰুৱা (ব্যাস ওজা, দৰং, ৮৫ বছৰ )
  • ১০) প্ৰফুল্ল নাথ (ঢেপাঢোল, শুকনানী ওজা, দৰং, ৮০ বছৰ )
  • ১১) প্ৰতাপ চন্দ্ৰ শৰ্মা (ব্যাস ওজাপালি, দৰং, ৮৬ বছৰ )
  • ১২) বিপিন ৰাজখোৱা (সত্ৰীয়া নৃত্য, ধেমাজি, ৮৭ বছৰ )
  • ১৩) ধীৰেন্দ্ৰ নাথ পল (টেৰাকোটা, ধুবুৰী, ৭৫ বছৰ )
  • ১৪) হিতেশ্বৰ হাজৰিকা (ঢুলীয়া ওজা, গোলাঘাট, ৮২ বছৰ )
  • ১৫) ৰবীন চেতিয়া (চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, গোলাঘাট, ৭৪ বছৰ )
  • ১৬) তৰুণ চন্দ্ৰ গোস্বামী (সত্ৰীয়া নৃত্য, যোৰহাট, ৮৩ বছৰ )
  • ১৭) সন্ধ্যা দেৱী (গায়িকা, যোৰহাট, ৭৬ বছৰ )
  • ১৮) অমিতাভ বৰদলৈ (ভাওনা, যোৰহাট, ৬২ বছৰ )
  • ১৯) থানেশ্বৰ ডাউকা (নাগাৰা নাম, কামৰূপ, ৬৬ বছৰ )
  • ২০) সত্য নাথ ভৰালী (পিতল শিল্পী, কামৰূপ, ৮২ বছৰ )
  • ২১) সুৰেন দাস (যাত্ৰা পাৰ্টি, কামৰূপ, ৮৬ বছৰ )
  • ২২) ব্ৰজেন বৰা (চলচ্চিত্ৰ অভিনেতা-পৰিচালক, কামৰূপ মেট্ৰো, ৬৫ বছৰ )
  • ২৩) দিলীপ মজুমদাৰ (ঢোলক বাদক, কামৰূপ মেট্ৰো, ৬২ বছৰ )
  • ২৪) জীতেন্দ্ৰ বৈশ্য (তবলা বাদক, কণ্ঠশিল্পী, কামৰূপ মেট্ৰো, ৬৭ বছৰ )
  • ২৫) তৰুলতা দাস (কণ্ঠশিল্পী, কামৰূপ মেট্ৰো, ৮৭ বছৰ )
  • ২৬) নুৰুদ্দিন আহমেদ (কলা নিৰ্দেশক, ভাস্কৰ্য শিল্পী, কামৰূপ মেট্ৰো, ৬৩ বছৰ )
  • ২৭) ৰীতা দাস (কণ্ঠশিল্পী, কামৰূপ মেট্ৰো, ৬৫ বছৰ )
  • ২৮) দীপক কুমাৰ দত্ত (চলচ্চিত্ৰ নিৰ্মাতা, কামৰূপ মেট্ৰো, ৬১ বছৰ )
  • ২৯) নিজৰা মজুমদাৰ (অভিনয়-লেখিকা, কামৰূপ মেট্ৰো, ৮১ বছৰ )
  • ৩০) হৰি শইকীয়া (বাঁহ বেতৰ শিল্পী, মাজুলী, ৬৯ বছৰ )
  • ৩১) প্ৰফুল্ল বৰা (সত্ৰীয়া সংস্কৃতি, মাজুলী, ৭৬ বছৰ )
  • ৩২) মালভোগ নাথ (সত্ৰীয়া সংস্কৃতি – লোক সংগীত, মাজুলী, ৮২ বছৰ )
  • ৩৩) পদ্ম বায়ন (সত্ৰীয়া সংস্কৃতি, মাজুলী, ৭৫ বছৰ )
  • ৩৪) বাপ কুমাৰ বায়ন (বায়ন, মাজুলী, ৬৬ বছৰ )
  • ৩৫) লীলাৰাম দত্ত গায়ন (সত্ৰীয়া সংস্কৃতি, মাজুলী, ৬১ বছৰ )
  • ৩৬) নৰেশ বিশ্বাস (ভাস্কৰ্য শিল্পী, মৰিগাঁও, ৭৩ বছৰ )
  • ৩৭) গিৰিধৰ সেনাপতি (পুতলা নাচৰ শিল্পী, নগাঁও, ৬৮ বছৰ )
  • ৩৮) মহেন্দ্ৰ বৰা (ঢোল বাদক, নগাঁও, ৭৪ বছৰ )
  • ৩৯) হৰি প্ৰসাদ মহন্ত (ভাওনা-বিহু, নগাঁও, ৬৮ বছৰ )
  • ৪০) চিত্ৰদেৱ মহন্ত (সংগীত, নগাঁও, ৭১ বছৰ )
  • ৪১) হৰেণ হাজৰিকা (অভিনয়-লেখক, নগাঁও, ৮৭ বছৰ )
  • ৪২) ভদ্ৰেশ্বৰ পাঠক (ড্ৰেছ মাষ্টাৰ-ভ্ৰাম্যমাণ থিয়েটাৰ, নলবাৰী, ৭৫ বছৰ)
  • ৪৩) গোবিন সন্দিকৈ (লোক শিল্পী, শিৱসাগৰ, ৭৫ বছৰ )
  • ৪৪) বিশ্ব শইকীয়া (খোল বাদ্য-ভ্ৰাম্যমাণ থিয়েটাৰ, শিৱসাগৰ, ৬৫ বছৰ)
  • ৪৫) মধুৰাম মোডী (ঝুমুৰ শিল্পী, শিৱসাগৰ, ৬৬ বছৰ )
  • ৪৬) বাপ চন্দ্ৰ দত্ত (গায়ন বায়ন-ঢোল বাদক-অভিনেতা, শিৱসাগৰ, ৯৪ বছৰ)
  • ৪৭) বিপিন চন্দ্ৰ হাজৰিকা (ভাওনা-নাটক, শিৱসাগৰ, ৭৬ বছৰ)
  • ৪৮) জয় চন্দ্ৰ নাথ (ভাওনা, শোণিতপুৰ, ৮০ বছৰ )
  • ৪৯) দেবেন পাঠক (লোকগীতৰ শিল্পী, তামুলপুৰ, ৭৪ বছৰ)
  • ৫০) প্ৰফুল্ল ৰুদ্ৰপল (অভিনেতা, তামুলপুৰ, ৬৮ বছৰ)।
Previous Post

পবিতৰাত উচ্চপদস্থ বন বিষয়াৰ উদ্ভণ্ডালি!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

কাজিৰঙাত হাতত ঝাড়ু লৈ জাবৰ চাফা কৰিলে মন্ত্ৰী অতুল বৰাই!

কাজিৰঙাত হাতত ঝাড়ু লৈ জাবৰ চাফা কৰিলে মন্ত্ৰী অতুল বৰাই!

প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী

প্ৰগতি ময়দানত অনুষ্ঠিত হ'ব এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8