• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মেধাৱী ছাত্ৰসকল সাজু হৈ থাকক; মামাই বোলে বুলেট দিব!

Manoranjan Majumder by Manoranjan Majumder
February 11, 2021
in অসম, ৰাজনীতি, সংবাদ
1 min read
0
Himanta Biswa Sarma
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে কেইবাটাও কাৰ্যসূচীৰে বৰপেটাত উপস্থিত হয় শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

তাত উপস্থিত হৈয়ে বৰপেটাৰোড ষ্টেডিয়াম উদ্বোধন কৰে মন্ত্ৰী শৰ্মাই।

তাৰ পিছত বাইক সমদলত অংশগ্ৰহণ কৰে আৰু পিছত এখন জনসভাত অংশ লয়।

তাৰ পিছতে মন্ত্ৰী গৰাকী সৰভোগলৈ ৰাওনা হয়।

সৰভোগৰ এক জনসভাত অংশগ্ৰহণ কৰি তেওঁ কয় যে অহাবৰ্ষত ছাত্ৰসকলক বুলেট প্ৰদান কৰা হ’ব।

অনুজ্ঞাপত্ৰ লৈ সাজু হৈ থাকিবৰ বাবে আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই।

কিন্তু বুলেট প্ৰদানত কি চৰ্ত থাকিব সেই কথা উল্লেখ নকৰিলে।

শৰ্মাই কয় যে ”আপোনালোকে বাইক চলাবলৈ সাজু নে ?

আমি আকৌ চৰকাৰ গঠন কৰাৰ পিছত চাওঁ কি হয়। কিন্তু আপোনালোকে চালকৰ অনুজ্ঞাপত্ৰ লৈ সাজু থাকক”।

দৰাচলতে ছাত্ৰীসকলক স্কুটী প্ৰদান কৰাৰ পিছতে বুলেটৰ দাবী কৰিছিল ছাত্ৰসকলে।

Photo: Google

Tags: BarpetaHimanta Biswa SarmaSarbhogবৰপেটাবুলেটসৰভোগহিমন্ত বিশ্ব শৰ্মা
Previous Post

স্বামীয়ে এৰিলেও জীয়ৰীয়ে নেৰে এসময়ৰ এইগৰাকী সুন্দৰী অভিনেত্ৰীক

Next Post

কেন্দ্ৰই কৰে কিন্তু টুইটাৰ কৰ্তৃপক্ষই নকৰে, প্ৰসংগ কি ?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পুনৰ ২৫০টা টুইটাৰ একাউন্ট বন্ধ…

কেন্দ্ৰই কৰে কিন্তু টুইটাৰ কৰ্তৃপক্ষই নকৰে, প্ৰসংগ কি ?

Black Buck

কৃষ্ণমৃগ চিকাৰ প্ৰসংগঃ যোধপুৰ জিলা আৰু সত্ৰ আদালতৰ পৰা চলমান খানৰ ৰেহাই

নগা

পুনৰ অসমৰ ভূমিত নগাৰ আধিপত্য;  উঠাই দিয়া হ’ল নগাই দিয়া জেওৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8