• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম আৰক্ষীৰ সফল অভিযান; অপহৰণকাৰীক কৰায়ত্ত আৰক্ষীৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
September 8, 2021
in অসম, সংবাদ
0
অসম আৰক্ষীৰ সফল অভিযান; অপহৰণকাৰীক কৰায়ত্ত আৰক্ষীৰ
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ সফল অভিযান। অভিযান চলায় অপহৰণকাৰীক কৰায়ত্ত অসম আৰক্ষীৰ। দিশপুৰ আৰক্ষী থানা আৰু ক্ষেত্ৰী আৰক্ষী থানাত ৰুজু হোৱা দুটা অপহৰণৰ গোচৰ ভিত্তিত অভিযান চলাইছিল আৰক্ষীয়ে। অভিযুক্তই ছোৱালীবোৰক প্ৰলোভিত কৰি অপহৰণ কৰা বুলি জানিব পৰা গৈছে।

ক্ষেত্ৰী আৰক্ষী থানাই গোচৰৰ ভিত্তিত অভিযান চলায় ভুক্তভোগী আৰু অভিযুক্তক হোজাই জিলাৰ লংকাত উদ্ধাৰ কৰে। অভিযুক্ত কেইজনৰ নাম ক্ৰমে মোঃ আমানুদ্দিন আৰু মোঃ জামালুদ্দিন।

দিশপুৰ আৰক্ষী থানাই গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই গোৱালপাৰাৰ পৰা ধুবুৰী অভিমুখী এখন বাছত ট্ৰেক কৰি অভিযুক্ত আৰু ভুক্তভোগী দুয়োপক্ষকে উদ্ধাৰ কৰে। অভিযুক্ত কেইজনৰ নাম ক্ৰমে, প্ৰশদ মাঝি, সদানন্দ মাঝি।

অভিযান এতিয়াও অব্য়াহত আছে।

Tags: Assam Policedispur police station
Previous Post

মাতৃহাৰা হ’ল অভিনেতা অক্ষয় কুমাৰ

Next Post

নিমাওমাও নিমাতী ঘাটঃ ভয়ংকৰ ফেৰী দুৰ্ঘটনা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিমাওমাও নিমাতী ঘাটঃ ভয়ংকৰ ফেৰী দুৰ্ঘটনা

নিমাওমাও নিমাতী ঘাটঃ ভয়ংকৰ ফেৰী দুৰ্ঘটনা

ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা

ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা

নিমাতীঘাটৰ নাও দুৰ্ঘটনাকলৈ জুবিন গাৰ্গৰ ক্ষোভ

নিমাতীঘাটৰ নাও দুৰ্ঘটনাকলৈ জুবিন গাৰ্গৰ ক্ষোভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8