ছচিয়েল মিডিয়াত প্ৰায়ে চৰ্চিত হৈ থকা এটা নাম শুকুৰ আলী।
কিন্তু এতিয়া পুনৰ ছচিয়েল মিডিয়াত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নিজকে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বুলি কোৱা শুকুৰ আলী।
কাৰণ কি জানেনে? শুকুৰ আলীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ৰিপুণ বৰাক পৰাস্ত কৰিম বুলি হুংকাৰ দিছে। ইফালে আলীয়ে দল এৰি যোগদান কৰিলে আম আদমী পাৰ্টীত।
আম আদমী পাৰ্টীত যোগ কৰাৰ ক্ষেত্ৰতো শুকুৰ আলীক একাংশই যথেষ্ট তুচ্ছ-তাচ্ছিল্য কৰিছে ছচিয়েল মিডিয়াত।
আপত যোগ কৰিয়েই শুকুৰ আলীয়ে পণ লৈছে যে- অসম নহয়, উন্নতি হ’ব ভাৰতৰ।
Photo: Google