কালি দেশৰ ৰাষ্ট্ৰপতিয়ে পৰৱৰ্তী নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিলে সুশীল চন্দ্ৰাক।
আজিৰে পৰা নিৰ্বাচনী আয়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰিব সুশীল চন্দ্ৰাই।
President appoints Shri Sushil Chandra as the Chief Election Commissioner in the Election Commission of India https://t.co/wBNPpcYFLF
— Spokesperson ECI (@SpokespersonECI) April 12, 2021
২০২২ বৰ্ষৰ ১৪ মে’লৈ দেশখনৰ নিৰ্বাচনী আয়ুক্ত হিচাপে থাকিব সুশীল চন্দ্ৰা।
জানিব পৰা অনুসৰি তেওঁৰ কাৰ্যকালতে পাঞ্জাৱ,উত্তৰাখণ্ড,মণিপুৰ,উত্তৰপ্ৰদেশ,গোৱাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
Photo Credit: Google