• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২২ত লক্ষ্য ২৫; অগপৰ নৱ সংকল্প

নিউজ ডেস্ক by নিউজ ডেস্ক
December 31, 2021
in সংবাদ, অসম, গুৱাহাটী, ৰাজনীতি
1 min read
0
২২ত লক্ষ্য ২৫; অগপৰ নৱ সংকল্প
Share on FacebookShare on Twitter

২০২২ চনত অগপৰ লক্ষ্য ২৫ লাখ ৷ আঞ্চলিক দলটোত অন্তৰ্ভুক্ত কৰিব ২৫ লাখ নতুন সদস্য ৷ নতুন বছৰত অগপ দলত যুৱক-যুৱতী তথা মহিলাক বিশেষ অগ্ৰাধিকাৰ দিয়াৰ সংকল্প অগপ সভাপতি অতুল বৰাৰ ৷ অসমবাসীক আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাই নতুন বছৰত ৰাজ্যৰ আঞ্চলিক দলটো অধিক শক্তিশালী কৰাৰ সংকল্প লৈছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই ৷
অগপ দলৰ কাম-কাজ তথা বিশ্বাসযোগ্যতাৰ বাবে মিত্ৰজোঁটৰ সহযোগী দল হিচাপে দলটোক চৰকাৰী আসনত বহাইছিল অসমৰ জনতাই ৷ যাক লৈ অসমবাসী ৰাইজক পুনৰ ধন্যবাদ জনাইছে অগপৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই ৷ ৰাজ্য চৰকাৰৰ কৃষি, অসম পশুধন আৰু পশুপালন বিভাগৰ লগতে অসম চুক্তি ৰূপায়ণ দাযিত্ব লৈ সততা নিষ্ঠাৰে অসমৰ সৰ্বাঙ্গীন উন্নয়ণ কৰি অহা বুলি দাবী কেশৱ মহন্তৰ।

Previous Post

অসমৰ চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ’ল নতুনকৈ ৪টা দিন

Next Post

ৰিলায়েঞ্চত অচিৰেই নেতৃত্বৰ পৰিৱৰ্তন হ’ব!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰিলায়েঞ্চত অচিৰেই নেতৃত্বৰ পৰিৱৰ্তন হ’ব!

ৰিলায়েঞ্চত অচিৰেই নেতৃত্বৰ পৰিৱৰ্তন হ'ব!

বছৰৰ শেষৰখন সংবাদমেলত কি কলে স্বাস্থ্যমন্ত্রীয়ে…

বছৰৰ শেষৰখন সংবাদমেলত কি কলে স্বাস্থ্যমন্ত্রীয়ে...

বছৰৰ শেষৰ দিনটো কেনেদৰে পাৰ কৰিব আপুনি? নিশা ঘৰতে থাকিবনে? পৰিয়ালক কি ৰান্ধি খুৱাম বুলি ভাবিছে?

বছৰৰ শেষৰ দিনটো কেনেদৰে পাৰ কৰিব আপুনি? নিশা ঘৰতে থাকিবনে? পৰিয়ালক কি ৰান্ধি খুৱাম বুলি ভাবিছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8