• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানবন্দৰত দহ হাজাৰ গছ পুলি ৰোপণ!

নিউজ ডেস্ক by নিউজ ডেস্ক
April 27, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
বৰঝাৰ বিমানবন্দৰত দহ হাজাৰ গছ পুলি ৰোপণ!
Share on FacebookShare on Twitter

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ ভিতৰে-বাহিৰে প্ৰায় ১০ হাজাৰ গছ আৰু ফুলৰ পুলি ৰোপণৰ ব্যবস্থাৰে এক সেউজ পৰিবেশ গঢ়ি তোলাৰ পৰিকল্পনা আৰম্ভ কৰা হৈছে। সেই উপলক্ষ্যে ফুল আৰু গছ-গছনিৰ বিশেষজ্ঞও নিয়োগ কৰা হৈছে।

বিশেষজ্ঞৰ পৰিকল্পনা অনুযায়ী, এই ফুল আৰু গছ ৰোপণৰ সময়-সীমা দুটা পৰ্যায়ত ভাগ কৰা হৈছে। প্ৰথম পৰ্যায়ত কম সময়ত ফুলা ঋতুগত ফুলবোৰ ৰোপণ কৰা হ’ব। বৰ্তমান ১০ হাজাৰ সৰু-ডাঙৰ গছ, বিভিন্ন স্থানীয়, দেশী-বিদেশী ফুল গছ, বাঁহ গছ, পাম গছ ইত্যাদি ইতিমধ্যে বিমানবন্দৰলৈ কঢ়িয়াই অনা হৈছে। তাৰোপৰি, ৫০০-ত কৈও অধিক ফুলৰ তাবৰ যোগানে বিমান বন্দৰৰ বাহ্যিক আৰু আন্তঃ পৰিবেশ অধিক আকৰ্ষণীয় কৰি তুলিব। বিমানকোঠৰ মুখ্য এলেকাত ৩০০ তকৈও অধিক ফুল দেখা যাব। বাছকবনীয়া ৫৩ বিধ স্থানীয় ফুল ৰোপণৰো ব্যৱস্থা কৰা হৈছে।

এতিয়া বিমানবন্দৰত এন্ঠুৰিয়াম, ব্ৰ’মালিয়াৰ্ডছ, স্পেথিফিলাম, এগলআএনেমা, ক্ৰ’টন বেংলৰ বিউটি, ফিল’ডেনড্ৰ’ন চেইলন ইত্যাদি বিদেশী ফুলৰ প্ৰজাতি দেখা পোৱা যাব। তদুপৰি পাম গছ বিভিন্ন প্ৰজাতি যেনে এৰেকা পাম, ৰাফিছ পাম, চাইনা ডল, ইউজেনীয়া ইত্যাদি বহুজাতিক গছে বিমান কোঠৰ সৌন্দৰ্য অধিক আকৰ্ষণীয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Previous Post

ক’ৰোনাৰ আশংকা! মুখ্যমন্ত্ৰীসকলৰ সৈতে বিশেষ বৈঠকত প্ৰধানমন্ত্ৰী মোদী

Next Post

IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক “SFE – JANDU ২০২২” বঁটা প্ৰদান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক “SFE – JANDU ২০২২” বঁটা প্ৰদান

IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক "SFE - JANDU ২০২২" বঁটা প্ৰদান

অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক সমাজ গৌৰৱ বঁটা প্ৰদান

অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক সমাজ গৌৰৱ বঁটা প্ৰদান

সাৱধান: দিল্লীত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰণা

সাৱধান: দিল্লীত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8