মাজুলীৰ ব্ৰহ্মপুত্ৰ বালিচৰত ১ লাখ গছি মাটিৰ চাকিৰে লিখিলে Thank You Modi Ji।
অন্ধকাৰতো পোহৰ হৈ উঠে বালি পাৰ। এতিয়া মাজুলী যোৰহাটৰ সৈতে সংযোগ হ’বলৈ বেছি দিন নাই, যাৰ বাবেই মাজুলীবাসীৰ মাজত আনন্দ উল্লাসৰ সৃষ্টি হয়।
যোৰহাট মাজুলী সংযোগী দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভূমিপূজন কৰে।
Scenes of celebration from sacred #Majuli, as people of the river island district thank PM Shri @narendramodi for fulfilling their dream of the long desired Majuli bridge. pic.twitter.com/UJKAlPlO5t
— Chief Minister Assam (@CMOfficeAssam) February 19, 2021
আৰু ইয়াৰ পিছতে মাজুলীবাসীৰ মাজত আনন্দৰ বন্যা।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰযোগে মাজুলীৰ এই সৌন্দৰ্য শ্বেয়াৰ কৰে।
Sacred #Majuli lit up with celebrations in gratitude and affection. PM Shri @narendramodi ji, your gift of the long desired Majuli bridge has opened new paths of progress for the people of the Bhaktipeeth. Proud.
Thank you Modi ji. pic.twitter.com/Brf1P7lqeA
— Sarbananda Sonowal (Modi Ka Parivar) (@sarbanandsonwal) February 19, 2021
Photo: Twitter