• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পশ্চিম ৰামছাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক হাব মুকলি

নিউজ ডেস্ক by নিউজ ডেস্ক
July 11, 2023
in সংবাদ, গুৱাহাটী, শিক্ষা
1 min read
0
পশ্চিম ৰামছাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক হাব মুকলি
Share on FacebookShare on Twitter

অসম চৰকাৰৰ শিক্ষা বিভাগে “সমগ্ৰ শিক্ষা অসম” কাৰ্যসূচীৰ অধীনত শিক্ষাৰ্থী সকলৰ শৈক্ষিক দিশৰ লগতে তেঁওলোকৰ মাজত থকা বৌদ্ধিক আৰু বিভিন্ন ক্ষেত্ৰৰ উদ্ভাৱনী প্ৰতিভা সমুহক বিকশিত কৰি এখন মঞ্চ দিয়াৰ বাবে ৰাজ্যৰ নিৰ্বাচিত কিছু কিছু উচ্চ মাধ্যমিক বিদ্যালয়ত “INNOVATIVE & Community Learning Hub” শীৰ্ষক একোটা শৈক্ষিক হাব স্থাপন কৰিছে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰৰ মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত পশ্চিম ৰামছাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়তো এনে এটা শৈক্ষিক হাব স্থাপন কৰা হৈছে। এই শৈক্ষিক হাবটো শিক্ষাৰ্থী সকলৰ বাবে মুকলি কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে বিদ্যালয়ৰ শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক – শিক্ষয়ত্ৰী আৰু স্থানীয় বহু লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণত হাবটোৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ বৌদ্ধিক আৰু উদ্ভাৱনী প্ৰতিভা সমুহ বিকশিত হব বুলি আশা ব্যক্ত কৰি পশ্চিম গুৱাহাটীত এনে হাব স্থাপন কৰা বাবে দেশৰ শিক্ষা বিভাগৰ শলাগ লয়।

সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে ভাষণত হাব স্থাপনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি মহানগৰ জিলাত এই পৰ্যন্ত ১৫ খন নিৰ্বাচিত বিদ্যালয়ত হাব স্থাপন কৰা হৈছে বুলি সদৰি কৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ সমগ্ৰ শিক্ষা, অসমৰ কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচী বিষয়া তাপসী শৰ্মাই ভাষণত এই হাবত ওচৰ পাজৰৰ আন আন বিদ্যালয় সমূহৰ শিক্ষাৰ্থী সকলেও নিজৰ সুবিধা অনুসৰি আহিব পাৰিব বুলি ব্যক্ত কৰে । অানহাতে বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক কুমাৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অভিজিত কলিতা , অগপ দলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা, ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্য নিজৰা কলিতা, মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্য পলাশবাৰী। আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক খগেন মেধিকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

Previous Post

Hyundai EXTER launched at Lohia Hyundai

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

বংগত পুনৰ দিদি; বিজয় ধ্বজা মমতা বাহিনীৰ

বংগত পুনৰ দিদি; বিজয় ধ্বজা মমতা বাহিনীৰ

মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ ওদালবাক্রাত ভয়ংকৰ অগ্নিকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8