• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাঁহিকুছিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নৱনিযুক্ত কনিষ্ঠ অভিযন্তাৰ পাঁচদিনীয়া প্ৰশিক্ষণৰ সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
November 5, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
কাঁহিকুছিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নৱনিযুক্ত কনিষ্ঠ অভিযন্তাৰ পাঁচদিনীয়া প্ৰশিক্ষণৰ সামৰণি
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (এছ আই পি আৰ ডি) চৌহদত অনুষ্ঠিত হৈ থকা নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তা সকলৰ পাঁচদিনীয়া প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ অলপতে অনুষ্ঠিত হৈ যায়। সামৰণি অনুষ্ঠানৰ দিনা মুখ্য অতিথি হিচাপে অংশ লৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নৱনিযুক্ত কনিষ্ঠ অভিযন্তা সকলক নিষ্ঠাৰে ৰাইজৰ সেৱা কৰিবলৈ আহ্বান জনায় কয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰে পৰাই দেশৰ দুখীয়া – দৰিদ্ৰসকলৰ জীৱনৰ মানদণ্ড উন্নিত কৰিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে।সেই উদ্দেশ্য আগত ৰাখিয়েই প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ সফল ৰূপায়ণ কৰাত অধিক মনোনিৱেশ কৰিছে। লগতে, এই আচঁনিখনৰ ৰূপায়ণত অকণমানো খুত যাতে ৰৈ নাযায়, তাৰবাবে নতুন নীতি নিয়ম প্রয়োগ কৰি এক উন্নয়নৰ নতুন জেঁৱাৰ আনিবলৈ সক্ষম হৈছে।

তদুপৰি মহাত্মা গান্ধী মহাত্মা গান্ধী ৰাষ্টীয় গ্রাম্য নিয়োগ নিশ্চিত আঁচনিৰ জৰিয়তে গ্রামাঞ্চলত কাম কৰিবলৈ আগ্ৰহী ৰাইজৰ আৰ্থিক অৱস্থাৰ উত্তৰণ ঘটোৱাৰ প্ৰচেষ্টা যাতে নিকা আৰু ক্ষীপ্ত হয়; তাৰবাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অমৃত সৰোবৰ আচঁনিৰ অধীনত সমগত ৰাজ্যতে তিনি হাজাৰ সাতটাকৈ পুখুৰী নিৰ্মাণ কৰি জল সংৰক্ষণ তথা অর্থনৈতিক স্বাৱলম্বিতাৰ নতুন পথ চৰকাৰে মুকলি কৰিছে। গতিকে উন্নয়নৰ এই জয়যাত্রাত সমর্পিত মনোভাৱেৰে সকলো নৱ-নিযুক্ত কনিষ্ঠ অভিযন্তা সকলক কাম কৰি যাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

অনুষ্ঠানটোত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ আচঁনিসমূহৰ ৰূপায়ণৰ সঠিক নীতি নিদের্শনা সমূহ ভালকৈ অধ্যয়ন কৰি কৰ্মত মনোনিৱেশ কৰিবলৈ কনিষ্ঠ অভিযন্তা সকলক অনুৰোধ জনায়। শেষত শলাগৰ শৰাই আগবঢ়ায় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমৰ সচিৱ তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিস্থান, অসমৰ সঞ্চালক মুনীন্দ্ৰ শৰ্মাই।

Previous Post

অনিৰ্দিষ্ট কাললৈ গুৱাহাটীত বন্ধ থাকিব কেব সেৱা!

Next Post

গড়ভঙা বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান; ৭ টা ঘৰ উচ্ছেদ

Related Posts

সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ৰাষ্ট্ৰীয়

গুজৰাটত বৃষ্টিপাতত প্ৰাণ গ’ল ২০ জনৰ

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
Next Post
গড়ভঙা বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান; ৭ টা ঘৰ উচ্ছেদ

গড়ভঙা বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান; ৭ টা ঘৰ উচ্ছেদ

দিনযোৰা কাৰ্যসূচীৰে IASSTৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

দিনযোৰা কাৰ্যসূচীৰে IASSTৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8