• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

নিউজ ডেস্ক by নিউজ ডেস্ক
June 22, 2022
in সংবাদ, অসম
1 min read
0
এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী
Share on FacebookShare on Twitter

অসমত ব্ৰহ্মপুত্ৰ, বৰাক আৰু উপনদীসমূহৰ বান পৰিস্থিতি ভয়ংকৰ হৈ আছে। এতিয়াও বিপদসীমাৰ ওপৰত বহু নদী-উপনদী। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি, নগাঁও জিলাৰ কামপুৰত কপিলী নদী আৰু নিমাতিঘাট, তেজপুৰ, গুৱাহাটী, কামৰূপ, গোৱালপাৰা আৰু ধুবুৰীত থকা ব্ৰহ্মপুত্ৰ নদী আৰু পুঠিমাৰী, পাগলাদিয়া, বেকি, বৰাক, কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। প্রশাসনে উদ্ধাৰ কৰিব নোৱৰা লাখ লাখ লোক এতিয়াও ওখ মথাউৰি, পথত আশ্ৰয় ল’বলগীয়া হৈছে।কিন্তু তাতো বন্যাৰ্তৰ দুৰ্যোগে লগ এৰা নাই। বহু স্থানত আশ্ৰয় লৈ থকা পথ আৰু মথাউৰিও বাঢ়নী পানীয়ে বুৰাই পেলোৱাত বন্যাতৰ আশ্ৰয় লোৱাৰ বাবেও স্থানৰ অভােৱ দেখা দিছে। প্ৰণিধানযোগ্য যে, যোৱা ৬ এপ্ৰিলৰ পৰা এই পর্যন্ত ৰাজ্যত হোৱা বান আৰু ভূমিস্খলনৰ বাবে চৰকাৰী তথ্য অনুসৰি মুঠ ৯৬জন লোকৰ মৃত্যু ঘটিছে।

বছৰৰ দ্বিতীয়টো বান আৰু ভূমিস্খলনতে ৰাজ্যত মৃতকৰ সংখ্যাই ইতিমধ্যে অৰ্ধশতক স্পৰ্শ কৰিছে। এতিয়াও লাখ লাখ বানাক্ৰান্তই চৰকাৰী সাহায্য আৰু আশ্ৰয়ৰ আশাত বন্দী হৈ আছে। বহু বানাক্ৰান্ত এলেকালৈ আজিও প্ৰশাসনৰ লোক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ বাবে যাব পৰা নাই। আনহাতে, বন্যাৰ্তক সহায় কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ পাছতো প্রশাসনে পর্যাপ্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ উঠিছে।

Previous Post

অসমৰ মন্ত্ৰী বিধায়ক বৰ্তমান টুৰিষ্ট গাইডলৈ পৰিণত হৈছেঃ ভূপেন বৰা

Next Post

শিক্ষকতালৈ পিঠি শিক্ষকৰঃ শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত আছে কাৰ কাৰ নাম?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰত্যেক সমষ্টিতে হ’ব ইংৰাজী মাধ্যমৰ বিদ্যালয়ঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

শিক্ষকতালৈ পিঠি শিক্ষকৰঃ শিক্ষা বিভাগৰ প্ৰথমখন তালিকাত আছে কাৰ কাৰ নাম?

মহাৰাষ্ট্ৰত মহাসংকটঃ ক’ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

মহাৰাষ্ট্ৰত মহাসংকটঃ ক'ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

অপহৰণঃ মহাৰাষ্ট্ৰলৈ উভতিল শিৱসেনাৰ বিসম্বাদী বিধায়ক!

অপহৰণঃ মহাৰাষ্ট্ৰলৈ উভতিল শিৱসেনাৰ বিসম্বাদী বিধায়ক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8