- জাফ্ৰি মুদ্দাছৰ নফিলৰ দ্বাৰা ৰচিত “The Identity Quotient:The Story of the Assamese Muslims” শীৰ্ষক কিতাপখন নতুন দিল্লীৰ হৰ – আনন্দ পাব্লিকেশ্যন প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰকাশিত হৈছে।
কিতাপখনে পঢ়ুৱৈ সকলৰ মন জয় কৰিব।
এই কিতাপ খন এতিয়াৰে পৰা Amazon, Kindle আদিত উপলদ্ধ হ’ব।
এই কিতাপ খনত ডঃ ভূপেন হাজৰিকা দেৱৰ কিছু গীত তথা চিনেমাৰ কথা উল্লেখ কৰিছে।
যিবোৰত অসমৰ হিন্দু তথা মুছলিম সকলৰ ঐক্যতাৰ কথা সন্নিবিষ্ট হৈ আছে ।
তাৰ উপৰিও লিখিছে যে ভূপেন হাজৰিকাই জিকিৰক আগুৱাই যাব বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।