• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ নিম্নতম দৰমহা হ’ব পাৰে ২৬ হাজাৰ টকা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2021
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ নিম্নতম দৰমহা হ’ব পাৰে ২৬ হাজাৰ টকা

A private money trader counts Indian Rupee currency notes at a shop in Mumbai August 1, 2013. India's central bank intervened in the foreign exchange market on Thursday to stop the rupee's slide toward a record low as its defence of the currency, built around draining cash from money markets, came under rising pressure. REUTERS/Vivek Prakash (INDIA - Tags: BUSINESS) - RTX126TL

Share on FacebookShare on Twitter

২০২২ চনৰ নতুন বছৰটোৱে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক উপহাৰ দিব পাৰে। দৰাচলতে, কেন্দ্ৰীয় কৰ্মচাৰীৰ নিম্নতম দৰমহা বৃদ্ধি হ’ব পাৰে। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা (Minimum Wages) ১৮,০০০ টকাৰ পৰিৱৰ্তে ২৬,০০০ টকা হ’ব পাৰে।
তথ্য অনুসৰি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ Fitment Factor বৃদ্ধি কৰিব পাৰে। তাৎপৰ্যপূৰ্ণভাৱে, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ Fitment Factor ব্যৱহাৰ কৰা হয়।
যদি মোডী চৰকাৰে Fitment Factor বৃদ্ধি কৰে, কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা ২৬ হাজাৰলৈ বৃদ্ধি হ’ব পাৰে। বাজেটৰ আগতে কেবিনেটৰ অনুমোদন লাভ কৰিলে হয়তো বাজেটৰ আগতেই ইয়াক কাৰ্যকৰী কৰা হ’ব পাৰে।

Previous Post

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংসদৰ গোচৰ

Next Post

প্ৰধানমন্ত্ৰীৰ বাবে ১২ কোটি টকীয়া বিলাসী বাহন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰধানমন্ত্ৰীৰ বাবে ১২ কোটি টকীয়া বিলাসী বাহন

প্ৰধানমন্ত্ৰীৰ বাবে ১২ কোটি টকীয়া বিলাসী বাহন

নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কঠোৰ হ’ব মহানগৰৰ প্ৰশাসন

নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কঠোৰ হ'ব মহানগৰৰ প্ৰশাসন

আজিৰে পৰা আৰম্ভ হ’ল অসম গ্ৰন্থ মেলা

আজিৰে পৰা আৰম্ভ হ'ল অসম গ্ৰন্থ মেলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8