• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মটৰ সংযুক্ত ৰিক্সাৰ পৰা বিচ্ছিন্ন কৰিব লাগিব মটৰ! গুৱাহাটী পৌৰ নিগমৰ জাননী

নিউজ ডেস্ক by নিউজ ডেস্ক
December 30, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
মটৰ সংযুক্ত ৰিক্সাৰ পৰা বিচ্ছিন্ন কৰিব লাগিব মটৰ! গুৱাহাটী পৌৰ নিগমৰ জাননী
Share on FacebookShare on Twitter

মহানগৰীত বন্ধ হ’ব মটৰচালিত ৰিক্সা। গুৱাহাটী পৌৰ নিগমে বাধা আৰোপ কৰিছে মটৰ সংযুক্ত ৰিক্সা চলাচলত। পৌৰ নিগমে মটৰ চালিত ৰিক্সাৰ চালক, মালিকক মটৰ সংযোগ বিচ্চিন্ন কৰিবলৈ এসপ্তাহৰ সময়সীমা দিছে। এসপ্তাহৰ ভিতৰত এনে নকৰিলে নিগমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়।

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমে এই সংক্ৰান্তত এক জাননী প্ৰকাশ কৰিছিল। এই জাননীত চালক তথা ৰিক্সাৰ গৰাকীক এসপ্তাহৰ ভিতৰত মহানগৰীৰ সকলো মটৰ সংযোগী ৰিক্সা বন্ধ কৰিবলৈ দিয়া নিৰ্দেশ উল্লেখ কৰা হৈছে৷ 

আনহাতে, নিগমৰ এনে সিদ্ধান্ত ৰিক্সা চালকসকলে মানি লোৱা নাই। চালকসকলে কয় যে, পূৰ্বে ২০ হাজাৰ টকাত ক্ৰয় কৰা ৰিক্সা এতিয়া মটৰ সংযোগ কৰি ৮০ হাজাৰ টকাত ক্ৰয় কৰা হৈছে৷ তেনে সময়ত মটৰ সংযোগী প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ নকৰি চালকৰ ওপৰত হাৰাশাস্তি কৰা বুলি চালকসকলে অভিযোগ উত্থাপন কৰিছে।

Previous Post

১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰধানমন্ত্ৰী মোডীৰ মাতৃ হীৰাবেনৰ

Next Post

বনভোজলৈ যাব নেকি? জানি লওক প্ৰশাসনৰ নীতি–নিৰ্দেশনা!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বনভোজলৈ যাব নেকি? জানি লওক প্ৰশাসনৰ নীতি–নিৰ্দেশনা!

বনভোজলৈ যাব নেকি? জানি লওক প্ৰশাসনৰ নীতি–নিৰ্দেশনা!

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজি নতুন দিল্লীত কেবিনেট বৈঠক

আজি নতুন দিল্লীত কেবিনেট বৈঠক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8