• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উচ্চতম ন্যায়ালয়ৰ ৰায়-CBSEৰ নিৰ্দেশনাৰ ভিত্তিত মহানগৰীৰ স্কুলবাছৰ সুৰক্ষা পৰ্যবেক্ষণ পৰিবহণ বিভাগৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 18, 2022
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
উচ্চতম ন্যায়ালয়ৰ ৰায়-CBSEৰ নিৰ্দেশনাৰ ভিত্তিত মহানগৰীৰ স্কুলবাছৰ সুৰক্ষা পৰ্যবেক্ষণ পৰিবহণ বিভাগৰ
Share on FacebookShare on Twitter

শিশুৰ অধিকাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে মহানগৰ পৰিবহণ কাৰ্যালয়ক দিয়া নিৰ্দেশত মহানগৰীৰ বিদ্যালয় সমূহত পৰিবহণৰ সুবিধাৰ বাবে ব্যবহৃত স্কুল বাছ, অটো, মিনি ভানকে ধৰি অনান্য বাহনৰ সুৰক্ষাৰ দিশসমূহ নিৰীক্ষণ কৰা হয় ৷ কামৰূপ মহানগৰ জিলাৰ যানবাহন পৰিদৰ্শক অমৰ বৰুৱা, জয়সিং ৰংফাৰ, কানাই মহন্ত, বলেন পাঠক আৰু দুৰ্গা গগৈৰ নেতৃত্বত বিভাগৰ এটা দলে মহানগৰী চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন বিদ্যালয়ত উপস্থিত হৈ চাৰি শতাধিক বাহন তন্নতন্নকৈ পৰিদৰ্শন কৰি ছাত্ৰছাত্ৰীৰ সুৰক্ষাৰ দিশটোৰ বুজ লয়।

উল্লেখ্য যে, বিদ্যালয় সমূহত পৰিবহণৰ পৰিচালনা সন্দৰ্ভত CBSEৰ নিৰ্দেশনা আৰু ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ দলটোৱে জিলাখনৰ অন্তৰ্গত বিদ্যালয়সমূহ পৰিদৰ্শন কৰে ৷ ইফালে এইসমূহ বাহনৰ বাদেও আৰু বহু বিদ্যালয়ত পৰিদৰ্শন অব্যাহত আছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত পৰিদৰ্শন কৰা চাৰি শতাধিক বাহনৰ প্ৰায় সংখ্যকৰে মাননীয় উচ্চতম ন্যায়ালয় আৰু CBSEৰ নিৰ্দেশনাৰ সৈতে মিল থকা বুলি সদৰি কৰে যানবাহন পৰিদৰ্শকৰ দলটোৱে। ইয়াৰ বিপৰীতে পৰিবহণৰ সুৰক্ষাৰ ক্ষেত্ৰত আসোঁৱাহ থকা বিদ্যালয়ৰ যানবাহনৰ ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত অনতিপলম উচ্চতম ন্যয়ালয়ৰ নিৰ্দেশনা মানি চলিবলৈ দলটোৱে আহ্বান জনাইছে ৷

Previous Post

কৃত্রিম বানৰ কবলত পৰা গুৱাহাটীৰ ৰাইজৰ কাষত ‘এৰিডা’

Next Post

অগ্নিবীৰসকলৰ বাবে কেইবাটাও সমৰ্থনমূলৰ ব্যৱস্থা ঘোষণা কৰিছে চৰকাৰে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অগ্নিবীৰসকলৰ বাবে কেইবাটাও সমৰ্থনমূলৰ ব্যৱস্থা ঘোষণা কৰিছে চৰকাৰে

অগ্নিবীৰসকলৰ বাবে কেইবাটাও সমৰ্থনমূলৰ ব্যৱস্থা ঘোষণা কৰিছে চৰকাৰে

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8