• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং মুকলি হ’ব জুনত

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in সংবাদ, অসম
1 min read
0
কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং মুকলি হ’ব জুনত
Share on FacebookShare on Twitter

উত্তৰ অসম সংযোগী অতি গুৰুত্বপূর্ণ কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং অতিশীঘ্রেই যাতায়াতৰ বাবে মুকলি হ’ব৷ ব্রহ্মপুত্রৰ ওপৰৰ কলিয়াভোমোৰা দলঙৰ সমান্তৰালকৈ নির্মিত এই দলংখনে যাতায়াত ব্যৱস্থাৰ লগতে দেশৰ সুৰক্ষা বাহিনীৰ বাবে অধিক গুৰুত্বপূর্ণ হৈ পৰিব৷

উল্লেখ্য যে, দেশৰ সুৰক্ষা বাহিনীয়ে আন্তঃৰাষ্ট্রীয় সীমাত উপনীত হ’বলৈ ৰে’ল যোগাযোগ ব্যৱস্থাৰ পাছতেই এই ঘাইপথ আৰু দলং স্থলপথ যাতায়াত ব্যৱস্থাৰ অন্যতম গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ ১৯৮৬ চনত কলিয়াভোমোৰা দলং যাতায়াতৰ বাবে মুকলি কৰাৰ পাছত সুদীর্ঘ প্রায় তিনিটা দশকৰ অধিক সময় সুচল যাতায়াত ব্যৱস্থাত অভূতপূর্ব অৰিহণা যোগাই অহা এই কলিয়াভোমোৰা দলঙৰ বহন ক্ষমতাৰ প্রতি লক্ষ্য ৰাখি কলিয়াভোমোৰা দলঙৰ সমীপত দ্বিতীয়খন দলঙৰ প্রকল্প আৰম্ভ কৰা হয়৷ চুলুং–ডলাবাৰী সংযোগী এই দলংখনৰ মুঠ দৈর্ঘ্য ৩.০৪০ কিলোমিটাৰ আৰু এই দলংখনৰ মুঠ খুঁটা ২৬টা৷ চুলুঙৰ পৰা ভোমোৰাগুৰিলৈ ব্রহ্মপুত্র নদীৰ ওপৰত এই দলংখন নির্মাণ কৰি থকা হৈছে৷ ৫৮৮.৯৫ কোটি টকা ব্যয় সাপেক্ষে দলংখন নির্মাণ কৰি থকা হৈছে আৰু ইতিমধ্যে ৯৬ শতাংশ কাম প্রায় সম্পূর্ণ হৈছে৷ কলিয়াবৰ তিনিআলিৰ পৰা চুলুং হৈ ডলাবাৰীলৈ ৩৭ (ক)নং ৰাষ্ট্রীয় পথৰ দৈর্ঘ্য হৈছে ১৩.০৯ কিলোমিটাৰ৷

অসমৰ মেগা চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণ প্রকল্পৰ অধীনত নির্মিত এই দলংখন নির্মাণ কৰিছে মেছার্ছ গেমন ইণ্ডিয়া লিমিটেড আৰু মেছার্ছ এছ ছিংগলা কনষ্ট্রাকচন প্রাইভেট লিমিটেডে৷ চি পি ডব্লিউ ডিৰ নিৰীক্ষণত এই দলং নির্মাণৰ কাম চলি আছে৷ দুইলেনযুক্ত এই দলংখন মে’–জুন মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি চি পি ডব্লিউ ডিৰ এক সূত্রই প্রকাশ কৰিছে৷

Previous Post

নকল সামগ্ৰী বিক্ৰীৰ অভিযোগত আটক ছয়জন

Next Post

প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘The Kashmir Files’

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘The Kashmir Files’

প্ৰতিগৰাকী ভাৰতীয়ই চাব লাগে ‘The Kashmir Files'

নৃশংস! গণপ্ৰহাৰত মৃত্যু এজনৰ

নৃশংস! গণপ্ৰহাৰত মৃত্যু এজনৰ

নিউজ বুলেটিন

নিউজ বুলেটিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8