• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 10, 2022
in সংবাদ, আন্তৰ্জাতিক, প্ৰযুক্তি
0
আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য!
Share on FacebookShare on Twitter

সৰ্বশক্তিমান চীন! শক্তিশালী হোৱাৰ বাসনাই খেদি ফুৰিছে চীনক। বিভিন্ন সময়ত ন ন সৃষ্টিৰে এই কথাই প্ৰমাণ দি আহিছে ৰঙা চীনে। শেহতীয়াকৈ পুনৰ তেনে এক উদ্ভাৱনে চীনে সমগ্ৰ বিশ্বকে অবাক কৰি তুলিছে। এইবাৰ চীনে বহুদিনৰে পৰা কাম কৰি অহা কৃত্ৰিম সূৰ্যৰ সফলৰ পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ চীনে এই কৃত্ৰিম সূৰ্যটোৰ সফলৰ পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰকৃত সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ অধিকাৰী এই কৃত্ৰিম সূৰ্যটো। চীনে এই কৃত্ৰিম সূৰ্যটো প্ৰায় ২০মিনিট ধৰি উজ্বলাই ৰাখি পৰীক্ষণ সম্পন্ন কৰিছে। চীন এই প্ৰজেক্টৰ কাম আৰম্ভ হৈছিল ২০০৬চনতে।
খবৰ অনুসৰি, এই কৃত্ৰিম সূৰ্যটো ১৭মিনিট ৩৬চেকেণ্ড ধৰি ৭০মিলিয়ন ডিগ্ৰী তাপমাত্ৰাত পৰীক্ষণ সম্পন্ন হৈছে। এই কৃত্ৰিম সূৰ্যটোৰ তাপমাত্ৰা ১৫মিলিয়নতকৈ অধিক। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায় ১৫বছৰো অধিক কাল আৰু হাজাৰৰো অধিক চীন তথা আন বিদেশী ৰাষ্ট্ৰৰ বৈজ্ঞানিকসকল ব্যস্ত আছিল কৃত্ৰিম সূৰ্য নিৰ্মাণ প্ৰজেক্টত।

Previous Post

ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে…..

Next Post

SP সন্মিলনত ক’ৰোনা সংক্ৰমণ! অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া আক্ৰান্ত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
SP সন্মিলনত ক’ৰোনা সংক্ৰমণ! অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া আক্ৰান্ত

SP সন্মিলনত ক'ৰোনা সংক্ৰমণ! অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া আক্ৰান্ত

মাজুলীৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা নিকটাত্মীয়ক নিযুক্তি-পত্র প্ৰদান মুখ্যমন্ত্রীৰ

মাজুলীৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা নিকটাত্মীয়ক নিযুক্তি-পত্র প্ৰদান মুখ্যমন্ত্রীৰ

আলফালৈ ন ন যুৱক! সন্তানক সোঁশৰীৰে ঘূৰাই পঠাবলৈ পৰেশ বৰুৱালৈ আহবান পৰিয়ালৰ

আলফালৈ ন ন যুৱক! সন্তানক সোঁশৰীৰে ঘূৰাই পঠাবলৈ পৰেশ বৰুৱালৈ আহবান পৰিয়ালৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8