• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাজ্য চৰকাৰে নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 29, 2022
in সংবাদ, অসম, সংস্কৃতি
1 min read
0
ৰাজ্য চৰকাৰে নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব!
Share on FacebookShare on Twitter

অসমৰ প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শুকুৰবাৰে মহাপ্ৰয়াণ হয়। প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুৰ পাছতেই অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চিত্রশিল্পী নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে। ৰাজ্য চৰকাৰে নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে বেলতলাৰ বাসগৃহত এখন চাৰু কলা বিদ্যালয় স্থাপন কৰিব বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে বিদ্যালয় স্থাপনৰ পোষকতা নীলপৱন বৰুৱাৰ পৰিয়ালৰ বুলি মন্ত্ৰী বিমল বৰাই কয়। পৰিয়ালৰ লগত আলোচনা কৰি ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল যুটীয়া সচিব কে কে শৰ্মা

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল যুটীয়া সচিব কে কে শৰ্মা

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল যুটীয়া সচিব কে কে শৰ্মা

ISRO/ NSIL ৰ দ্বাৰা ৩৬ টা OneWebৰ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

ISRO/ NSIL ৰ দ্বাৰা ৩৬ টা OneWebৰ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ

সাতদিনীয়া কাৰ্যসূচীৰে ২৩ সংখ্যক পামহী আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন

সাতদিনীয়া কাৰ্যসূচীৰে ২৩ সংখ্যক পামহী আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8