• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আহি আছে অছানিঃ অসমকে ধৰি চাৰিখন ৰাজ্যত হ’ব পাৰে প্ৰৱল ধুমুহা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 9, 2022
in সংবাদ, অসম, ৰাষ্ট্ৰীয়
1 min read
0
আহি আছে অছানিঃ অসমকে ধৰি চাৰিখন ৰাজ্যত হ’ব পাৰে প্ৰৱল ধুমুহা
Share on FacebookShare on Twitter

অহা ২৪ ঘন্টাৰ ভিতৰত অসমকে ধৰি চাৰিখন ৰাজ্য সাগৰীয় ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। বংগোপসাগৰত হোৱা সাগৰীয় ঘূৰ্ণী বতাহৰ বাবে ওড়িষ্যা, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

এই সাগৰীয় ধুমুহাৰ নাম দিয়া হৈছে অছানি। শ্ৰীলংকাৰ সিংহালী ভাষাত অছানিৰ অৰ্থ হৈছে ক্ৰোধ। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে মঙলবাৰৰ বিয়লিৰ পৰা বৰষুণ আৰম্ভ হ’ব আৰু ৩ খন ৰাজ্যৰ উপকূলীয় এলেকাসমূহত ইতিমধ্যে সতৰ্কীকৰণ জাৰি কৰিছে প্ৰশাসনে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বুধবাৰে অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম বংগৰ লগতে অসমতো বৰষুণ হ’ব। ঘন্টাত প্ৰায় ১০৫ কিলোমিটাৰ বেগত ভাৰতত খুন্দা মাৰিব আছিনাই আৰু ইয়াৰ তীব্ৰতা ১১৫ কিলোমিটাৰ প্ৰতি ঘন্টা পৰ্যন্ত হ’ব পাৰে।

Previous Post

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

Next Post

পূৱ ইউক্ৰেইনৰ বিদ্যালয়ত ৰাছিয়াৰ আক্ৰমণ! ৬০ জন নিহত

Related Posts

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন
সংবাদ

বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন

June 7, 2023
Next Post
পূৱ ইউক্ৰেইনৰ বিদ্যালয়ত ৰাছিয়াৰ আক্ৰমণ! ৬০ জন নিহত

পূৱ ইউক্ৰেইনৰ বিদ্যালয়ত ৰাছিয়াৰ আক্ৰমণ! ৬০ জন নিহত

হাইকৰ্টক অমান্য! জলসম্পদ বিভাগৰ ৬৩ টকা সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা

হাইকৰ্টক অমান্য! জলসম্পদ বিভাগৰ ৬৩ টকা সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা

বিশ্বকাপৰ ছেমিফাইনেলৰ পূৰ্বে নিষিদ্ধ বেজী লৈছিল এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

বিশ্বকাপৰ ছেমিফাইনেলৰ পূৰ্বে নিষিদ্ধ বেজী লৈছিল এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8