• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ৰোনাৰ বুষ্টাৰ ড’জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 8, 2022
in সংবাদ, অসম, ৰাজনীতি
1 min read
0
ক’ৰোনাৰ বুষ্টাৰ ড’জ নোলোৱাসকলে নাপাব দৰমহাঃ মুখ্যমন্ত্ৰীৰ হিমন্তৰ ঘোষণা
Share on FacebookShare on Twitter

ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ক’ৰোণা। শুকুৰবাৰে ৰাজ্যত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনোৱা মতে, শুকুৰবাৰে ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈছে ১১৬৭ গৰাকী লোক। সংখ্যাৰ ফালৰ পৰা কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৫১৭গৰাকী লোক।
কোভিডৰ এনে দ্ৰুত সংক্ৰমণৰ সময়তে শুকুৰবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেতবোৰ নীতি নিয়মৰ সন্দৰ্ভত বিস্তৃত তথ্য আগবঢ়ায়।
১০ জানুৱাৰীৰ পৰা ৰাজ্যত বুষ্টাৰ ডোজ দিয়াৰ কাম আৰম্ভ হ’ব। প্ৰথম শাৰীৰ যুদ্ধা সকলে ১ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত প্ৰিকছনাৰী ভেকছিন ল’ব লাগিব। অন্যথা ফেব্ৰুৱাৰীত নাপাব পে’শ্লিপ। বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত মজুত আছে প্ৰায় ৮০ লাখ ভেকছিন। ভেকছিন চলাই থকালৈকে নাৰ্ছসকলক মাহে অতিৰিক্ত ভাৱে পোন্ধৰ শ টকাকৈ দিয়া হ’ব ৷ আশাকৰ্মীসকলকো এক হাজাৰ টকাকৈ দিয়া হ’ব৷

Previous Post

পাঞ্জাব নেশ্যনেল বেংক ক’ৰনাৰ হটস্পট; ১৮জন কৰ্মচাৰী আক্ৰান্ত

Next Post

ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ…

ভয়াৱহ ক'ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ...

অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি

অসম গ্ৰন্থমেলাত পৰিবহণ বিভাগৰ পথ সুৰক্ষা বিপনীলৈ দৰ্শকৰ ব্যাপক সঁহাৰি

অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!

অৰ্থনীতিৰ বিধ্বস্ত ৰূপঃ মানুহৰ জীৱনতকৈও যেন বেছি গুৰুত্বপূৰ্ণ নিৰ্বাচন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8