• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ সেৱাৰ বাবে তিনিখন ইলেকট্ৰনিক বাহন মুকলি

নিউজ ডেস্ক by নিউজ ডেস্ক
November 2, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ সেৱাৰ বাবে তিনিখন ইলেকট্ৰনিক বাহন মুকলি
Share on FacebookShare on Twitter

পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা আৰু পৰিবেশ সংৰক্ষণৰ লক্ষৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড (GIAL ) কৰ্তৃপক্ষই বিমানবন্দৰটোক প্ৰদূষণমুক্ত কৰি সেউজ বিমানবন্দৰলৈ (Green Airport ) উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অংশহিচাপে বিমানবন্দৰত যাত্ৰীৰ সেৱাৰ বাবে ব্যৱহাৰ হোৱা বাহন সমূহ পৰ্যায়ক্ৰমে ইলেকট্ৰনিক বাহনলৈ (EV ) পৰিৱৰ্তন কৰাৰ কাম আৰম্ভ কৰিছে।

ইয়াৰ অংশ হিচাপে আজি বৰঝাৰ বিমানবন্দৰত তিনিখন ইলেকট্ৰনিক বাহন মুকলি কৰা হয়। GIALৰ মুখপাত্ৰই সদৰি কৰা অনুসৰি পেট্ৰল, ডিজেলকে ধৰি জীৱাশ্ম চালিত বাহন সমূহ পৰ্যায় ক্ৰমে বন্ধ কৰি পৰিবেশ অনুকূল ই ভি বাহন বিমানবন্দৰত যাত্ৰীৰ সেৱাৰ বাবে ব্যৱহাৰ কৰা হব । ইয়াৰ বাবে বিমানবন্দৰত চার্জি ষ্টেচন স্থাপন কৰা হব। মূলত পৰিবেশ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থতে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জি আই এ এলৰ মুখপাত্ৰই সদৰি কৰিছে ।

Previous Post

বোকাখাতত অবৈধ ভাবে গৰু সৰবৰাহ কৰা বাহন জব্দ

Next Post

নিযুক্তিত খেলিমেলি! পাঁচ লেব টেকনেচিয়ানক বৰ্খাস্ত

Related Posts

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ উন্মোচন
সংবাদ

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি’ উন্মোচন

December 8, 2023
ডালমিয়া ভাৰত ফাউণ্ডেচনে অসমৰ লংকাত দীক্ষা প্ৰশিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰে এক সামৰণি অনুষ্ঠান
সংবাদ

ডালমিয়া ভাৰত ফাউণ্ডেচনে অসমৰ লংকাত দীক্ষা প্ৰশিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰে এক সামৰণি অনুষ্ঠান

December 8, 2023
গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন
ক্ৰাইম

গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন

December 8, 2023
চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
সংবাদ

APSC কেলেংকাৰীঃ পুনৰ ২ ৰাজপত্ৰিত বিষয়াক SITৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ

December 7, 2023
বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰাটো সুনিশ্চিত কৰিছে
সংবাদ

বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰাটো সুনিশ্চিত কৰিছে

December 6, 2023
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
Next Post
নিযুক্তিত খেলিমেলি! পাঁচ লেব টেকনেচিয়ানক বৰ্খাস্ত

নিযুক্তিত খেলিমেলি! পাঁচ লেব টেকনেচিয়ানক বৰ্খাস্ত

গুজৰাটৰ দুৰ্ঘটনা সন্দৰ্ভত বিজেপিক কঠোৰ সমালোচনা বিৰোধী দলৰ

'ভগৱানৰ ইচ্ছা'ত সংঘটিত হ'ল মৰবী নদীৰ দুৰ্ঘটনা!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8