• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৬ ফ্ৰেব্ৰুৱাৰীত খানাপাৰাত অভিলাষী আঁচনি উদ্বোধনী অনুষ্ঠান

Manoranjan Majumder by Manoranjan Majumder
February 6, 2021
in অসম, সংবাদ
1 min read
0
৬ ফ্ৰেব্ৰুৱাৰীত খানাপাৰাত অভিলাষী আঁচনি উদ্বোধনী অনুষ্ঠান
Share on FacebookShare on Twitter

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৬ ফ্ৰেব্ৰুৱাৰীত ৰাজ্যিক ৰাজ্যিক পৰ্যায়ত গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ত উদ্বোধন কৰিব অসম চাহ বাগিছা ধন পুৰস্কাৰ আঁচনিৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী ৷

উল্লেখযোগ্য যে, ৰাজ্যৰ চাহজনগোষ্ঠীৰ লোকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে।

Assam is honoured at the gracious presence of FM Smt @nsitharaman at Ceremonial Distribution of Third Phase of Chah Bagicha Dhan Puraskar Mela today, Feb 6, 2021.

Join us Live, 12:30 pm onwards ~

✔https://t.co/5i20jD0AFn
✔https://t.co/YUHZ4hlZjX
✔https://t.co/tlYv8bmues

— Himanta Biswa Sarma (@himantabiswa) February 6, 2021

চাহ বাগিছা অঞ্চলত বেংক ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু চাহ বাগিছাৰ কৰ্মচাৰীসকলক বেংক ব্যৱস্থাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাৰ উদ্দেশ্যে আগত ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ অংশ হিচাপে চাহ বাগিছাৰ কৰ্মীসকল বিভিন্ন ধৰণে লাভাম্বিত হ’ব বুলি আশা কৰা কৰিছে ৷

Programme details of Smt @nsitharaman‘s visit to Guwahati, Assam tomorrow. pic.twitter.com/BynqO1IRXZ

— NSitharamanOffice (@nsitharamanoffc) February 5, 2021

উল্লেখ্য অসম চৰকাৰৰ বিত্ত বিভাগৰ এই আঁচনিৰ অধীনত হিতাধীকাৰীসকলৰ বেংক একাউন্টত ৩০০০ টকাকৈ চৰকাৰৰ পৰা জমা কৰা হ’ব।

তৃতীয় পৰ্যায়ত যোৰহাটৰ ৬০,৩৮২ জন লোকে এই সুবিধা লাভ কৰিব বুলি জানিব পৰা গৈছে । যোৰহাটৰ ৮৫ খন বাগানৰ ১০২৮ জন চৰ্দাৰ আৰু শ্ৰমিকে লাভ কৰিব এই ধন।

Tags: Himanta Biswa SarmaJorhatNirmala Sitharaman
Previous Post

এটা মিঠাইয়ে প্ৰাণ কাঢ়িলে ২০ মহীয়া শিশুৰ

Next Post

সৰুসজাইত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
athletics championship

সৰুসজাইত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ

Angurlata

AJP+ৰাইজৰ দল; আনুষ্ঠানিক মিত্ৰতাক বিয়নীমেল আখ্যা বিধায়িকা আঙুৰলতাৰ

সুৰাপান কৰাৰ চেলেঞ্জত এজন বয়োজ্যেষ্ঠ লোকে সাৱটিলে মৃত্যুক; ইউটিউবাৰে দিছিল চেলেঞ্জ

সুৰাপান কৰাৰ চেলেঞ্জত এজন বয়োজ্যেষ্ঠ লোকে সাৱটিলে মৃত্যুক; ইউটিউবাৰে দিছিল চেলেঞ্জ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8